Breaking

Browsing Category

অপৰাধ

নগৰবেৰাৰ বদলা বজাৰত নিচাসক্ত দুৰ্বৃত্তই জ্বলালে দোকান

নগৰবেৰাৰ বদলা বজাৰত অঘটন,নিশা দুৰ্বৃত্তই জ্বলালে বিশেষ ভাবে সক্ষম এজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ,নিচাসক্ত কোনোবাই জ্বলাই দিয়াৰ অনুমান ৰাইজৰ ,ৰাইজে ধৰি আৰক্ষীক গটালে নিচাসক্ত এজন যুৱকক বদলা বজাৰৰ আলতাফ আলী নামৰ লোকজনৰ দোকান খন জুঁইত জাহ যায়
Read More...

মাজনিশা ৰাজপথত মদ্যপান কৰি উদণ্ড যুৱতীৰ মাতাল ৰূপ, ৰাজপথতেই সৃষ্টি কৰিলে হুলস্থুলীয়া পৰিৱেশৰ ,…

আটাইকেইগৰাকী ছোৱালীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি ষ্টেচন ইনচাৰ্জে জানিবলৈ দিয়ে। অনৈতিক কামত জড়িত এই ছোৱালীকেইজনী ইন্দোৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। শীঘ্ৰেই আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হ'ব।মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত
Read More...

DOCTOR DEATH: ২৩৬ গৰাকী ৰোগীক হত্যা কৰি শেষ কৰিছিল নিজৰো জীৱন। 

তেওঁৰ জন্ম ১৯৪৬ চনত ইংলেণ্ডৰ নটিংহামত হৈছিল।  লিডছ স্কুল অফ মেডিচিনত ঔষধ অধ্যয়ন কৰি তেওঁ ১৯৭৬ চনত তেওঁ টডমৰ্ডেনৰ এখন চিকিৎসালয়ত কাম কৰা আৰম্ভ কৰিছিল।তেওঁ মানুহৰ  জীৱন ৰক্ষক হ’ব বুলি  সকলোৱে  ধাৰণা কৰিছিল যদিও  দৰাচলতে তেওঁ "মৃত্যুৰ
Read More...

ধৰ্ষণৰ অভিযোগত হোটেলৰ পৰা গ্ৰেপ্তাৰ বিশ্বকাপ খেলিবলৈ অহা শ্ৰীলংকাৰ ক্ৰিকেটাৰ…

শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুষ্কা গুণতিলাকাক টি-২০ বিশ্বকাপ চলি থকাৰ সময়তে চিডনীত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। পুৱতি নিশা চিডনীৰ এখন হোটেলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। বাতৰি অনুসৰি, শ্ৰীলংকাৰ ক্ৰিকেট দলৰ এক
Read More...

স্বামী আগতে মহিলা, বিয়াৰ আঠ বছৰ পিছত ৰহস্য জানিব পাৰি আৰক্ষীত অভিযোগ পত্নীৰ…

আঠ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু স্বামীয়ে বিবাহিত জীৱনত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, ‘বিকৃত’ যৌনতাই তেওঁক আকৰ্ষিত কৰিছিল। মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ এনে অভিনয় দেখি আচৰিত হৈছিল। অৱশেষত স্বামীয়েই জনাই
Read More...

অমৃতসৰত দিন-দুপৰতে শিৱসেনাৰ নেতা সুধীৰ সুৰীক ধৰ্ণাৰ সময়ত গুলিয়াই হত্যা; গ্ৰেপ্তাৰ শ্বুটাৰ সন্দীপ সিং

শুকুৰবাৰে বিয়লি অমৃতসৰত গোপাল মন্দিৰৰ বাহিৰত ধৰ্ণাত বহি ডাষ্টবিনত দেৱতাৰ মূৰ্তি পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতেই শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা কৰা হয়। জানিব পৰা অনুসৰি, ভিৰৰ মাজৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ
Read More...

বিজনীত ৫৩.৬ গ্ৰাম ড্ৰাগছ জব্দ ; ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক। ধৃত ড্ৰাগছ ব্যৱসায়ীজন বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ প্ৰতাপ ৰায়। ধৃত যুৱকজনৰ পৰা ৪০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, এখন নম্বৰপ্লেট বিহীন স্কুটি, এটা মোবাইল ফোন জব্দ কৰে। জব্দকৃত ড্ৰাগছ সমূহৰ ওজন ৫৩.৬
Read More...

টেঙাখাটৰ চেনীৰাম দাসৰ শাৰীৰিক নিৰ্যাতনেই পৰী কৰ্মকাৰৰ আত্মহত্যাৰ কাৰণ?

টেঙাখাতত এগৰাকী স্কুল শিক্ষকৰ ঘৰত এগৰাকী বন কৰা ছোৱালীয়ে ৰহস্যজনক ভাৱে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। https://www.youtube.com/watch?v=VgS9jZYZxYA
Read More...

ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক এগৰাকী মহিলা…

ড্ৰাগচৰ সমান্তৰাল ভাৱে ৰঙিয়াত অব্যাহত আছে আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান ৰঙিয়াত প্ৰতিদিনেই আটক হৈছে গাঞ্জা সৰবৰাহকাৰী। ৰঙিয়াত বৃহৎ পৰিমাণৰ
Read More...

বিমানবন্দৰত তিনিজন পৰিল জালত;বডী শ্বেপাৰৰ মাজত লুকুৱাই আনিছিল ৩ কোটি টকাৰ সোণ!

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দত ৩ কোটি টকা মূল্যৰ সোণ জব্দ। শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে তিনি সোণ সৰবৰাহকাৰীক। বিমানবন্দৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বাৰজাৰ এখন বিমান দিল্লীত উপস্থিত হৈছিল। সেই বিমানৰ তিনি যাত্ৰীৰ ওপৰত সন্দেহ
Read More...