Breaking

Browsing Category

অপৰাধ

কলিয়াবৰত এক আজৱ কাণ্ড। জুৱা খেলিবলৈ পইচা নাপাই নিজৰ ঘৰতেই এজনে লগালে জুই।

কলিয়াবৰৰ মহকুমাৰ আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত এখনি পিছপৰা গাঁও পূৱ শোৱালনী। উন্নয়ন, আৰ্থিক, সামাজিকভাৱে পিছপৰা হ'লেও এটা দিশত আগবঢ়া গাঁওখন। জুৱা খেলা আৰু নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰা দিশত গাঁওখন আগবঢ়া। গাঁওখনৰ সকলো পুৰুষেই জুৱা খেলে
Read More...

কেব চালকৰ ভুলৰ বাবে এগৰাকী মহিলাই সময়ত বিমান বন্দৰত উপস্থিত হ’ব নোৱাৰিলে যাৰ বাবে চালকে ২০…

চাৰি বছৰৰ পাছত মুম্বাইৰ কনজিউমাৰ আদালতে কেব চালকজনক দোষী সাব্যস্ত কৰি মহিলাগৰাকীক ক্ষতিপূৰণ হিচাপে ২০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিয়ে। মুম্বাইৰ
Read More...

ডিব্ৰুগড় জিলাৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত এগৰাকী লোক…

এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক। আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত
Read More...

ব্ৰেক আপ নিদিয়াৰ বাবেই এজন কলেজীয়া ছাত্ৰক এগৰাকী যুৱতীয়ে বিহ খুৱাই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে…

জানিব পৰামতে, অভিযুক্ত যুৱতীগৰাকীক ইতিমধ্যে আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছে। জেৰাত যুৱতীগৰাকীয়ে অপৰাধ স্বীকাৰ কৰিছে। মৃত্যু হোৱা যুৱকগৰাকীৰ নাম শ্বাৰণ ৰাজ। ২৩ বছৰীয়া শ্বাৰণ ৰেডিঅ’ল’জীৰ ছাত্ৰ আছিল। ২৫ অক্টোবৰত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে
Read More...

চাপৰৰ ক’লবাৰীত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা…

চাপৰ'ৰ ক'লবাৰীত বন বিভাগৰ অভিযান। অভিযানত জব্দ এটা কাঠফলা মিল জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ,কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা।বঙাইগাঁও আই ভেলী ডিভিচনৰ অন্তৰ্গত তথা বহলপুৰ বন বিষয়াৰ কাৰ্যালয় অধীনস্থ চাপৰৰ ফলিমাৰীৰ কলোবাৰীত বন
Read More...

১,৫০০ কোটি টকাৰ বেংক জালিয়াতি! চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে পোছাক কোম্পানীৰ সঞ্চালকক

১,৫০০ কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগত কেন্দ্ৰীয়তদন্তকাৰী সংস্থা  চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে পোছাক কোম্পানীৰ এজন সঞ্চালকক । চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত উক্ত সঞ্চালকক জনে  ১,৫৩০ কোটি টকা প্ৰৱঞ্চনাৰে সৰকাই নিয়াৰ অভিযোগ উঠিছে। প্ৰৱঞ্চনাৰ
Read More...

নিশাৰ মহানগৰীত ৰাজপথতে ছাত্ৰ নেতাৰ প্ৰহাৰত আহত বিশ্ববিদ্যালয়ৰ ছাত্ৰ!

অসম ছাত্ৰ পৰিষদৰ ছাত্ৰ নেতাৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। অভিযোগ মতে, অসম ছাত্ৰ পৰিষদৰ মহানগৰ জিলা সমিতিৰ সভাপতি অনুপম মালী আৰু সাধাৰণ সম্পাদক যুগলজ্যোতি বশিষ্ঠ গোস্বামী আৰু কৃতাৰ্থ কলিতাই আন এজন সহযোগীৰে মিলি নিশা ৰাজপথত চলাইছিল
Read More...

নগৰবেৰাৰ নায়টৰত ভুমি কেন্দ্ৰিক খুড়া-ভতিজা দুই পক্ষৰ প্ৰচণ্ড মাৰপিট…

নগৰবেৰাৰ নায়টৰত ভুমি কেন্দ্ৰিক খুড়া-ভতিজা দুই পক্ষৰ প্ৰচণ্ড মাৰপিট, ভতিজা পক্ষৰ উপৰ্যুপৰি আক্ৰমণত খুড়াক পক্ষৰ চাৰিজনকৈ লোক আহত । জানিব পৰা মতে নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ গাঁৱত এটুকুৰা মাটিক কেন্দ্ৰ কৰি খুড়া-ভতিজা দুই পক্ষৰ মাজত
Read More...

ড্ৰাগছৰ গোচৰত ভাৰতী আৰু হৰ্ষৰ ওপৰত ২০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল এন চি বিৰ…

কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ সৈতে জড়িত এক খবৰ। ড্ৰাগছ গোচৰত এই যুটিৰ বিৰুদ্ধে এনচিবিয়ে অভিযোগনামা দাখিল কৰিছে। ভাৰতী সিং আৰু হৰ্ষ ড্ৰাগছ: ২০২০ বৰ্ষটো সমগ্ৰ উদ্যোগটোৰ বাবে অতি কঠিন আছিল। সুশান্ত সিং ৰাজপুতৰ
Read More...

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰি: আন এজন অভিযুক্তৰ আত্মসমৰ্পণ

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল।  আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ। চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ধিঙৰ আজিজুৰ ৰহমান নামৰ এজন প্ৰাৰ্থীয়ে। উল্লেখ্য, ২৩ ছেপ্টেম্বৰত নিযুক্তি
Read More...