Breaking

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়! মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন…

0 35

মেঘালয় পর্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন।

শুকুৰবাৰে মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল।

আজি মেঘালয়ৰ হোটেলসমূহত ৫০% বুকিং।

মেঘালয় পর্যটন উদ্যোগত ব্যাপক প্রভাৱ পৰিছে।

অসমৰ গাড়ী মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰাৰ অভিযোগ।

Leave A Reply

Your email address will not be published.