Breaking

অসম বংগ সীমান্তৰ বংগৰ সীমান্তত আবদ্ধ শ শ আলু ভৰ্তি ট্ৰাক

0 43

ধুবুৰীৰ জিলাৰ গোলকগঞ্জত অসম বংগ সীমান্তৰ বংগৰ সীমান্তত আবদ্ধ শ শ আলু ভৰ্তি ট্ৰাক। অসমত আলুৰ ট্ৰাক প্ৰবেশত বাধা বংগ আৰক্ষীৰ। যোৱা নিশাৰ পৰা বংগ আৰক্ষীৰ বাধা প্ৰদান।


বংগৰ পৰা অসমত আলু ৰপ্তানিত মূখ্যমন্ত্ৰী মমতাৰ বাধা । মূখ্যমন্ত্ৰী গৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছতে সীমান্তত বংগ আৰক্ষী বাধা প্ৰদান। ফলত বংগৰ সীমান্তত শ শ আলু ভৰ্তি ট্ৰাক আবদ্ধ হৈ পৰিছে।

পশ্চিমবঙ্গত পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পিছতে বংগ চৰকাৰৰ পদক্ষেপ। অসমত আলুৰ ট্ৰাক প্ৰবেশত বাধা প্ৰদানৰ বাবে অসমত মূল্য বৃদ্ধিৰ সম্ভাৱনা।

Leave A Reply

Your email address will not be published.