Breaking

অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বিশেষ অনুষ্ঠান

0 10

অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বিশেষ অনুষ্ঠান

অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ও শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বৰ্ণাধ্য কাৰ্যসূচীৰে ৰাজ্যৰ কলা-সংস্কৃতি, সাহিত্য তথা সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অলপতে ঘোষণা কৰা বঁ‌টাসমূহ আজি সসন্মানে প্ৰাপকসকলক প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱ৷৷

উক্ত অনুষ্ঠানৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী দেৱে গায়ক, গীতিকাৰ, সুৰকাৰ, বাদ্যবাদক, অভিনেতা, নৃত্যবিদ, চিত্ৰকৰ, খনিকৰ, ক্রীড়াবিদ, কবি, ঔপন্যাসিক, গল্পকাৰ, ভাস্কৰ, স্থপতিবিদ, গৱেষক, সংগ্ৰামী শিল্পী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া কেইগৰাকীৰ অন্যতম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অৱদান চিৰযুগমীয়া-চিৰস্মৰণীয় হৈ চিৰপ্ৰবাহমান ৰূপত প্ৰতিজন অসমীয়াৰ সিৰাই সিৰাই চিৰকাল বৈ থাকিব বুলি মতপোষণ কৰে

Leave A Reply