Breaking

আমিনগাওঁৰ কৃটিম বানত ক্ষতিগ্ৰস্থ হোৱা প্ৰায় এশ ঘৰ পৰিয়ালক সাহাৰ্য বিতৰণ।

0 16

আমিনগাওঁৰ কৃটিম বানত ক্ষতিগ্ৰস্থ হোৱা প্ৰায় এশ ঘৰ পৰিয়ালক সাহাৰ্য বিতৰণ।

ধাৰাবাহিক ভাৱে হোৱা বৰষুনৰ ফলত বৃহত্তৰ উত্তৰ গুৱাহাটী আমিনগাওঁৰ বহু ঠাইত হৈছে কৃটিম বানপানী।

ঘৰৰ সকলো সামগ্ৰী বানপানীত ডুবি যোৱাৰ ফলত আমিনগাওঁৰ প্ৰায় ১০০ পৰিয়ালক প্ৰশাসনে আমিনগাওঁ হাইস্কুলত শিবিৰ
নিৰ্মাণ কৰি দিয়ে।

মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বানাক্ৰান্ত পৰিয়ালক মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে সকলো ফালৰ পৰা বানাক্ৰান্তক সহায় কৰিছে।

প্ৰশাসনৰ তৰফৰ পৰাও বানাক্ৰান্ত সকলৰ চোৱা চিতা কৰা হৈছে।

সমান্তৰাল ভাৱে আশ্ৰয় শিবিৰত বিজেপি নেতা কেশৱ কলিতায়ো আজি বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ কৰে।

শিশু সকলক খাদ্যৰ বিতৰণ কৰাৰ লগতে শিশু মাতৃৰ বাবে সুকীয়া আশ্ৰয় শিবিৰ বনোৱা হৈছে।

Leave A Reply