Breaking

চাংসাৰিত বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

0 15

অসম মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে নলবাৰীলৈ যাত্ৰাৰ পথত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি আদৰ্শ বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ছেবাৰ অধীনত অসমীয়া মাধ্যমৰ আৰু চাংসাৰী আদৰ্শ বিদ্যালয়খন চি বি এছ ইৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় ৰূপে গঢ় দিয়া হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Leave A Reply