बाल कटवाते समय भी ये मामूली से चीच जरूर ध्यान रखें. इलेक्ट्रोनिक सामानों जैसे हेयर ड्रायर आदि का इस्तेमाल करने से पहले वायरिंग को ढंग से देख लें. छोटी सी लापरवाही जानलेवा हो सकती है. pic.twitter.com/Owf1VmPA8j
— Satyam Baghel 🇮🇳 (@satyambaghel210) September 10, 2022
ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত (Social Media Viral Video) আপুনি এজন লোকক চেলুনৰ ভিতৰত বহি চুলি কটোৱাই থকা দেখিব। নাপিতে লোকজনৰ চুলি ঠিক কৰিবলৈ হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে। প্ৰথমে তেওঁ হেয়াৰ ড্ৰায়াৰ (Hair Dryers) অন কৰে আৰু ইয়াক পৰীক্ষা কৰে, তাৰ পিছত ইয়াক লোকজনৰ ওপৰত ব্যৱহাৰ কৰে আৰু তেতিয়াই চেলুনৰ ভিতৰত সংঘটিত হয় শোকাৱহ ঘটনা। হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি থকাৰ সময়ত চেলুনত হঠাতে জুই লাগে আৰু চেলুনৰ ভিতৰত উপস্থিত থকা নাপিত আৰু গ্ৰাহক দুয়োজনে তেওঁলোকৰ জীৱন বচাবলৈ বাহিৰলৈ দৌৰে দিয়ে। নাপিত আৰু গ্ৰাহক দুয়োজনৰে দেহত জুই লাগে। চেলুনৰ জুই এনেদৰে বাঢ় যায় যেন এটা সৰু বোমা বিস্ফোৰণ হৈছে।