Breaking

চুৰি মোবাইল ফোন, লেপটপ ৰাজহুৱাভাৱে প্ৰদৰ্শন ৬৫০টা মোবাইল ফোন আৰু ১৬টা লেপটপ

0 19

গুৱাহাটী পান বজাৰৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় চৌহদত উদ্ধাৰ কৰা ৬৫০টা মোবাইল ফোন আৰু ১৬টা লেপটপ,


এইবোৰ চোৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত মহানগৰীৰ বিভিন্ন থানাত পৰি আছিল।

প্ৰকৃত মালিকৰ অনুসন্ধান নোহোৱাৰ বাবে সেই বোৰ পৰি আছিল।

এতিয়া আগ্ৰহী ব্যক্তিসকলে এই বিশেষ প্ৰদৰ্শনীখনলৈ গৈ তেওঁলোকৰ হেৰুৱা মোবাইল-লেপটপৰ সন্ধান কৰিব পাৰিছে ।


চিনাক্ত কৰিব পাৰিলে আৰু মালিকীস্বত্বৰ প্ৰমাণ দেখুৱাই নিজৰ বুলি দাবী কৰিব পাৰিব।

গুৱাহাটী আৰক্ষী আয়ুক্ত, ডিজিপিৰ লগতে অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰিয়ে হেৰাই যোৱা মোবাইল ফোনবোৰ সঠিক মালিকক গতাই দিয়ে।

Leave A Reply