জীৱনশৈলী

কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডত মাইক্ৰফাঞ্চৰ ঋণ লোৱা মহিলাসকলক চেক বিতৰণ

আজি কলগাছিয়া ৰূপসী উন্নয়ন খণ্ডত মাইক্ৰফাঞ্চৰ ঋণ লোৱা মহিলা সকলক চেক বিতৰণ কৰা হয়। চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে।...

ৰঙিয়াৰ বিছেন্নালাত অনুষ্ঠিত হোৱা মহাবিষ্ণু যজ্ঞস্থলীত উপস্থিত ৰিণিকী ভূঞা শৰ্মা

ৰঙিয়া বিধানসভা সমষ্টিৰ বিছেন্নালা গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰত প্ৰতি বছৰৰ দৰে এই বেলিও ৭৩ সংখ্যক মহাযজ্ঞ মহোৎসৱ পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়।মহোৎসৱত উপস্থিত...

কাৰ্বি পাহাৰত চলিছে বন ধ্বংসৰ যজ্ঞ, নিৰ্বিকাৰ ৰাজ‍্যৰ বন বিভাগ

ৰাজ‍্য চৰকাৰৰ বন বিভাগ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মাজত বুজা-বুজিৰ অভাৱে সৃষ্টি কৰিছে নেকি জটিলতা?কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক'ৰিড'ৰৰ উচ্ছেদ ,কি প্ৰতিক্ৰিয়া ৰাজ‍্যৰ...

জালুকবাৰী-ভূতনাৰ লগতে মহানগৰীৰ বিভিন্ন শিক্ষা- -প্ৰতিষ্ঠানৰ বাহনত পৰিবহণ বিভাগৰ তালাচি

৩খন যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ ৯০খনৰ বিৰুদ্ধে গোচৰ , বিদ্যালয় কতৃপক্ষলৈ ২০ মাৰ্চৰ ভিতৰত কৰ আদায়ৰ জাননী পৰিবহণ বিভাগৰ । যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে...

ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী

বিশ্বনাথ জিলাৰ ইটাখোলাতলৰ সমীপৰ ইন্দিৰা গান্দী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মজলীয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত...

Popular