Breaking

ডিমা হাছাওৰ উমৰাংছ’ত পথ দুৰ্ঘটনাত মৃত্যু গুৱাহাটী নিৱাসী নীল মহেলাৰ…

0 25

দেশৰ স্বাধীনতা দিৱস উদযাপনৰ মাজতে ডিমা হাচাও পথ দুৰ্ঘটনাত বাইক ৰাইডা নিহত। ডিমা হাছাও জিলাৰ উমৰাংছত বৃহস্পতিবাৰে প্ৰায় তিনি বজাত হোৱা ক্লিংকাৰ কঢ়িওৱা ১৮ চকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত নীলকমল মহেলা নামৰ এজন গুৱাহাটী নিৱাসী ব্যক্তি থিতাতে নিহত হয়।

আৰক্ষী সুত্ৰে জানিব পৰা অনুসৰি মৃত নীলকমল মহেলা বাইক ৰাইডিঙৰ বাবে ৰাইডাৰ সকলৰ লগত উমৰাংছলৈ আহিছিল বুলি জানিব পৰা গৈছে ৷

Leave A Reply

Your email address will not be published.