Breaking

Browsing Category

দুৰ্ঘটনা

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত শোকাৱহ পথ দুৰ্ঘটনা…

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত চতেমাৰী গাঁৱৰ গিৰিবালা দাস নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু । হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি ।
Read More...

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী…

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। চন্দ্ৰপুৰৰ বল্লাৰ শ্বাহ ৰেল ষ্টেচনত সন্ধিয়া প্ৰায় ৫ বজাত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী আহত হয়।
Read More...

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা…

দেওবাৰে পঞ্জাৱৰ কিৰাটপুৰ চাহাবত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। চহৰখনত এখন ৰে’লে মহতীয়াই নিয়াৰ ফলত ৩ শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি শিশু গুৰুতৰভাৱে আহত হয়। ৰে’ললাইন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাত পতিত হয় শিশুকেইটি।
Read More...

কৰুণ ! তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে ধান কাটিবলৈ যোৱা স্বামী–স্ত্ৰীক…

গোৱালপাৰা জিলাৰ ধনুভাঙাত অঘটন৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷
Read More...

ইণ্ডোনেছিয়াত ভূমিকম্পৰ ফলত নিহতৰ সমখ্যা ২৬৮ জনলৈ বৃদ্ধি…

প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰা ইণ্ডোনেছিয়াত এতিয়া যেনি তেনি ওলাইছে মৃতদেহ। দেশ খনত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সমখ্যা ২৬৮ জনলৈ বৃদ্ধি পাইছে। নিহতসকলৰ
Read More...

ইণ্ডোনেছিয়াত সংঘটিত শেহতীয়া ভয়াৱহ ভূমিকম্পৰ পিছতে এইবাৰ ভূমিকম্পই কঁপাই তুলিছে তুৰস্ক…

ইণ্ডোনেছিয়াত সংঘটিত শেহতীয়া ভয়াৱহ ভূমিকম্পৰ পিছতে এইবাৰ ভূমিকম্পই কঁপাই তুলিছে তুৰস্ক। আজি পুৱা উত্তৰ-পশ্চিম তুৰস্কত হোৱা ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ৩৫ গৰাকী লোক আহত হয়। দেশখনৰ সৰ্ব্ববৃহৎ চহৰ ইস্তানবুলৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ
Read More...

বিহাৰৰ বৈশালীত শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক…

ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল লোকসকলে। পদযাত্ৰাৰ সময়তে হঠাতে এখন ট্ৰাক তেওঁলোকৰ পিনে তীব্ৰ গতিৰে আহি খুন্দিয়ায়। মুহূৰ্তৰ ভিতৰতে ট্ৰাকে পদযাত্ৰাত অংশগ্ৰহণ কৰা কেইবাজনো লোকক পিষ্ট কৰে। ঘটনাটোত মহিলা আৰু শিশুসহ কমেও ১২ জন লোকে
Read More...

শিৱসাগৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা…

শিৱসাগৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈ। হাঁহচৰা নগা গাওঁত সংঘটিত হয় এই
Read More...

ৰাজপথৰ বোকাৰ বাবেই দুৰ্ঘটনাঃ১ জন নিহত, ১০ জন আহত…

ৰাষ্ট্রীয় ঘাইপথত বোকা পৰি থকাৰ বাবে সংঘটিত এই দুৰ্ঘটনা। নিশা পাঠশালাত ৩১ নংৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত তিনিখনকৈ বাহন।
Read More...

জোনাইত ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি…

জোনাইত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি।শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ। ধেমাজি জিলাৰ জোনাই মহকুমাৰ ২ নং চিকাৰী গাঁৱত আজি এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।জানিব পৰা মতে আজি
Read More...