দুৰ্ঘটনা

ছিকিমত পাহাৰৰ সোঁত পাৰ হৈ যোৱাৰ সময়ত উটি গ’ল পৰ্যটকৰ গাড়ী

সীমান্ত পথ সংস্থাৰ তথ্য অনুসৰি সোমবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত চিংটমৰ পৰা ডিকচুলৈ গৈ আছিল এখন পৰ্যটকৰ বাহন। গাড়ীখনত ৪ জন পৰ্যটক আছিল। দেওবাৰে...

কৰমণ্ডল দুৰ্ঘটনাত মৃত্যু হোৱা মৃতদেহ চিনাক্ত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ! কিমান মৃতদেহ চিনাক্ত কৰা হ’ল?

কৰমণ্ডল দুৰ্ঘটনা সংঘটিত হোৱাৰ ৯ দিন পাৰ হৈ গ’ল। কিন্তু এতিয়াও বহু মৃতদেহ অচিনাক্ত অৱস্থাত ভুৱনেশ্বৰ মৰ্গত পৰি আছে। কিছুমানৰ অৱস্থা অতি বেয়া। ফলত...

নগৰবেৰাৰ টুপামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা…

নগৰবেৰাৰ টুপামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ঘোৰাঁগাড়ীয়ে মহতিয়াই নিলে পিতা-কন্যাক পিতৃৰ সৈতে খোজকাঢ়ি স্কুললৈ যোৱাৰ পথতে বিপৰীত দিশৰ পৰা অহা ঘোৰাঁগাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই...

ওদালগুৰিৰ বাদলাপাৰা চাহ বাগিচাত নাদত পৰি কৰুণ মৃত্যু দুমহীয়া তৃষ্ণাতুৰ হাতী পোৱালিৰ

উৎকট গৰমত তৃষ্ণা নিবাৰণৰ বাবে হাতী পোৱালী এটাই পানীৰ সন্ধানত নাদত সোমাই পৰি কৰুণ মৃত্যুক আকোঁৱালি লোৱা এটা মৰ্মান্তিক ঘটনাই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ ভূটান...

সমগ্ৰ বিশ্বক জোকাৰি যোৱা বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ মাত্ৰ তিনিদিন পিছতে, উৰিষ্যাৰ বৰগড় জিলাত আন এখন ৰে’ল হ’ল লাইনচ্যুত!

উৰিষ্যাৰ দুংগুৰিৰ পৰা বৰগড়লৈ যোৱা এখন মালবাহী ৰে'ল সোমবাৰে বৰগড় জিলাৰ মেন্ধাপালিৰ ওচৰত লাইনচ্যুত হয়। খবৰ অনুসৰি বৰগড়ত চূণশিল কঢ়িয়াই অনা মাল ৰেলখনৰ পাঁচটা বগী...

Popular