ধৰ্ম

November Rashifal: শনিয়ে সলনি কৰিব গতিপথ, বহু ৰাশিৰ মুকলি হ’ব ভাগ্য দুৱাৰ

জ্যোতিষৰ হিচাপ অনুসৰি ১৫ নৱেম্বৰৰ সন্ধিয়া ৭:১৫ বজাত শনিয়ে পোনে পোনে নিজৰ মূল ৰাশি কুম্ভ ৰাশিলৈ গতি কৰিব। শনিৰ গতিৰ পৰিৱৰ্তনে ১২টা ৰাশিৰ আটাইকেইটা ৰাশিৰ লোকক প্ৰভাৱিত কৰিব। অৱশ্যে ইয়াৰ প্ৰভাৱ ৫ ৰাশিৰ বাবে অতি শুভ হ’ব।(November Rashifal)

Mahapurusha Srimanta Sankardeva: হৰিনামৰ ধ্বনিৰে মুখৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰ

নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সাহিত্য-সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা, অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ(Mahapurusha Srimanta Sankardeva) উদাৰ মানৱতাবাদী, আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত ৩ নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ(Gurujana) ৫৭৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়।

Attack on Hindu Temple in Canada: কানাডাত হিন্দু মন্দিৰত সংঘটিত ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ, ‘বন্দে মাতৰম’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে প্ৰতিবাদ

কানাডাৰ ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সোমবাৰে পতাকা লৈ মন্দিৰৰ বাহিৰত বৃহৎ সংখ্যক হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰে(Attack on Hindu Temple in Canada)

Chhath Puja 2024: আজিৰে পৰা আৰম্ভ হৈছে ষট্ পূজা, ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত

ঘেঁহু গুড়েৰে নিৰ্মিত ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত। ঠেকুৱা খালে এবিধ বিশেষ ৰোগ নিৰাময় হয়।(Chhath Puja 2024)

Puri Jagannath Temple: পুৰী জগন্নাথ মন্দিৰৰ দেৱালত একাধিক ফাট

পুৰী মন্দিৰৰ পৰিস্থিতিক লৈ মন্দিৰ কৰ্তৃপক্ষ আৰু বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে কয় যে, আমি তদন্ত কৰি আছো যে কিয় বেৰত ফাট মেলিছে। দেৱাল মেৰামতিৰ বাবে সাজু হৈছে ASI।(Puri Jagannath Temple)

Popular