ধৰ্ম

Astrological Tips: ঘৰত নিমখ শেষ হ’লে কাষৰ ঘৰৰ পৰা নিমখ বিচাৰে নেকি? আনৰ ঘৰৰ পৰা কি কি বস্তু আনিব নালাগে জানক

কিছুমান বিশেষ কথা আছে যিবোৰ আনৰ পৰা ল’লে নিজৰ জীৱনলৈ বিপদ আহিব পাৰে।(Astrological Tips)

Vastu Tips: ঘৰত এই ৩টা বস্তু কেতিয়াও খালীকে নাৰাখিব, পৰিয়ালটো বিপদৰ সন্মুখীন হ’ব

বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঘৰত তিনিটা বস্তু আছে যিবোৰ ভুলতেও খালী ৰাখিব নালাগে। নহ'লে দৰিদ্ৰতাই ঘৰখন আগুৰি ধৰিব আৰু পৰিয়ালটোৱে বিপদৰ সন্মুখীন হ’ব।(Vastu Tips)

Chhath Puja 2024: সূৰ্যোদয়ৰ লগে লগে সামৰণি পৰিল ষট্ পূজাৰ, ব্ৰতৰ অন্তত কি গ্ৰহণ কৰে ভক্তই

৮ নৱেম্বৰত পুৱা ৬:৩৮ বজাত সূৰ্য্য উদয় হয়। এই সময়ছোৱাত ভক্তসকলে সূৰ্য্যক অৰ্ঘ্য আগবঢ়াই আৰু তাৰ পিছত সেৱা আগবঢ়াই ব্ৰত ভংগ কৰিব।(Chhath Puja 2024)

Chhath Puja 2024: এই ৭ টা বিশেষ ব্যঞ্জনৰ অবিহনে ষট পূজা আধৰুৱা

ষট পূজাৰ প্ৰতিটো আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ তাৎপৰ্য বেলেগ বেলেগ আৰু এই পূজাৰ প্ৰসাদও অতি বিশেষ। এই সকলোবোৰ প্ৰসাদ অতি ভক্তি আৰু আৱেগেৰে তৈয়াৰ কৰা হয়।(Chhath Puja 2024)

November Rashifal: শনিয়ে সলনি কৰিব গতিপথ, বহু ৰাশিৰ মুকলি হ’ব ভাগ্য দুৱাৰ

জ্যোতিষৰ হিচাপ অনুসৰি ১৫ নৱেম্বৰৰ সন্ধিয়া ৭:১৫ বজাত শনিয়ে পোনে পোনে নিজৰ মূল ৰাশি কুম্ভ ৰাশিলৈ গতি কৰিব। শনিৰ গতিৰ পৰিৱৰ্তনে ১২টা ৰাশিৰ আটাইকেইটা ৰাশিৰ লোকক প্ৰভাৱিত কৰিব। অৱশ্যে ইয়াৰ প্ৰভাৱ ৫ ৰাশিৰ বাবে অতি শুভ হ’ব।(November Rashifal)

Popular