Breaking

নীল আকাশ আৰু নিলাভ নিতৰ কণ্ঠৰ অজয় ফুকন সংগীত পৰিচালনাৰ”মই হেনো প্ৰেমতেপঢ়িছোঁ

0 28

ৰজগঁড় মা ষ্টুডিঅ ত আনুষ্ঠানিক ভাৱে মুক্তি দিয়ে।

নীল আকাশ আৰু নিলাভ নিতৰ কণ্ঠৰ অজয় ফুকন সংগীত পৰিচালনাৰ”মই হেনো প্ৰেমতে
পঢ়িছোঁ”আৰু অভিজিত ভট্টচাৰ্যৰ “মেডাম মেনকাৰ” শ্ৰব্য আৰু ভিডিঅ’ উন্মোচনী কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে।প্ৰস্তুতি পৰাশৰ,
অভিজিত ভট্টাচার্য, জেফি বক্সী,নৃত্য নিৰ্দেশক উদয় শংকৰ,অজয় ফুকন আদি শিল্পী কলা কুশলী সকল

Leave A Reply