ন্যায়

উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন ধামী কেবিনেটৰ ! ৬ ফেব্ৰুৱাৰীত বিধানসভাত কৰা হ’ব বিধেয়ক উত্থাপন…

উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোডৰ খচৰাত অনুমোদন ধামী কেবিনেটৰ, ৬ ফেব্ৰুৱাৰীত বিধানসভাত কৰা হ’ব বিধেয়ক উত্থাপন ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা দেশৰ প্ৰথম খন ৰাজ্য হ’বলৈ...

বিধায়ক ক্ৰয়ৰ অভিযোগঃ দিল্লীৰ মন্ত্ৰী আতিশীৰ ঘৰৰ দুৱাৰত টোকৰ অপৰাধ শাখাৰ…

বিধায়ক ক্ৰয়ৰ অভিযোগঃ দিল্লীৰ মন্ত্ৰী আতিশীৰ ঘৰৰ দুৱাৰত টোকৰ অপৰাধ শাখাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ পিছত ৰাজ্য খনৰ মন্ত্ৰী আতিশীৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে দিল্লীৰ অপৰাধ...

১২ বছৰে এটা ঘৰত স্বামীয়ে বন্দী কৰি ৰাখিছিল পত্নীক ! অৱশেষত আৰক্ষীয়ে কৰিলে উদ্ধাৰ…

১২ বছৰে এটা ঘৰত স্বামীয়ে বন্দী কৰি ৰাখিছিল পত্নীক ! অৱশেষত আৰক্ষীয়ে কৰিলে উদ্ধাৰ এক ভয়ংকৰ ঘটনাৰ খবৰ পোৱা গৈছে কৰ্ণাটকত। ৰাজ্য খনৰ এগৰাকী মহিলাই...

জ্ঞানৱাপী মছজিদত পূজা বন্ধ কৰিব নোৱাৰিব, ৰায় দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে…

বছৰৰ পিছত বছৰ ধৰি পূজা বন্ধ থকা জ্ঞানৱাপী মছজিদত আৰম্ভ হ’ল পূজা। মছজিদটোৰ এক বিশেষ অংশত পূজা অব্যাহত থাকিব। এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসী জিলা...

এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল পানীখাইতি অঞ্চলত ! এতিয়া এজাহাৰ দাখিল কৰিবলৈ যোৱা মৃতকৰ পৰিয়ালক হাৰাশাস্তি…

মহানগৰ আৰক্ষীৰ কাণ্ডত বিমোৰত এটা পৰিয়াল । এজাহাৰ দাখিল কৰিবলৈ যোৱা মৃতকৰ পৰিয়ালক হাৰাশাস্তি। এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল পানীখাইতি অঞ্চলত। ঘটনাৰ তদন্তৰ বাবে এজাহাৰ...

Popular