ন্যায়

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ ঘটনা। মহিলা চিকিত্সকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। JMCHৰ এজন চিকিত্সকৰ বিৰুদ্ধে উত্থাপন এই অভিযোগ। তিনিদিন পূৰ্বে JMCHত সংঘটিত এই...

বাংলাদেশত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত সৰ্বাত্মক অসহযোগ আন্দোলন…

বাংলাদেশত  হিংসা, সন্ত্ৰাস তথা বঙহৰ বাবে দেওবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে একাংশই । প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত 'সৰ্বাত্মক অসহযোগ আন্দোলন'ৰ প্ৰথম দিনাই প্ৰতিবাদৰ সূত্ৰপাত...

ডিব্ৰুগড়ত স্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰী…

ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনাস্বামীৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি এগৰাকী ন-বোৱাৰীAMCHত মৃত্যু নির্যাতিতা বোৱাৰী নিকুমণি সেনাপতিৰ চিকিৎসালয়ত ভৰ্তিৰ পূৰ্বে কেমেৰাত বন্দী বোৱাৰীগৰাকীৰ আর্তনাদশুকুৰবাৰে AMCHত ভর্তি...

বাংলাদেশত বন্ধ হ’ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম ! ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ…

বন্ধ হ'ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম। বাংলাদেশত বন্ধ হ'ল মেটাৰ সকলো ছ'চিয়েল মিডিয়া প্লেটফ'ৰ্ম। বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণৰ...

NEET-UGৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

NEET-UGৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷ ব্যাপক ৰূপত ভাইৰেল হোৱা নাছিল প্ৰশ্নকাকত ৷ NEET-UG পৰীক্ষাৰ পুনৰ অনুষ্ঠিত কৰাৰ আবেদন খাৰিজ ৷...

Popular