Breaking

পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা

0 28

পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা। এই ৰায় প্ৰদান কৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে।


সমগ্র পৰীক্ষা নাকচ কৰিব পৰাকৈ কোনো তথ্য নাই বাবে পৰীক্ষা বাতিল কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।

পুনৰবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো ন্যায়সংগত নহয় বুলিও উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে।
NTA-এ দাখিল কৰা সকলো তথ্য ন্যায়ালয়ে স্বাধীনভাৱে নিৰীক্ষণ কৰি এই ৰায় প্ৰদান কৰিছে।
বিহাৰৰ পাটনা আৰু ঝাৰখণ্ডৰ হাজাৰিবাগত প্ৰশ্নকাকত ফাদিল হৈছিল।

ইয়াৰ বিৰুদ্ধে চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে।
এইবছৰৰ নীট পৰীক্ষাত ২৪লাখৰো অধিক শিক্ষাৰ্থী অৱৰ্তীণ হৈছিল

Leave A Reply

Your email address will not be published.