প্ৰতিৰক্ষা

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি…

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা এছ আই টিৰ দায়িত্ব দিয়া হৈছে...

মণিপুৰ আৰক্ষীয়ে এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম…

মণিপুৰত আৰক্ষীৰ সফলতা। এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি গ্ৰেপ্তাৰ কৰিছে ৮ জনকৈ অপহৰণকাৰীক। ইম্ফল আৰক্ষী থানাত এজন লোক অপহৰণ হোৱাৰ গোচৰ...

চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন সঞ্চালক প্ৰধান ড০ সৃজয় লাল থাউচেনৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ সঞ্চালক প্ৰধান ডঃ সৃজয় লাল থাউচেনে ২৫ নবেম্বৰত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ...

ভাৰতীয় সেনাৰ অগ্নিবীৰত নিযুক্তি পালে অসমৰ ১৭৫ জন এন চি চি কেডেটে ; নাৰেংগী সেনা ছাউনীত আটাইকে সম্বৰ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লোচাই

ভাৰত চৰকাৰে দুবছৰ পূৰ্বে দেশৰ সশস্ত্ৰ বাহিনীৰ তিনিটা শাখা ক্ৰমে - স্থল সেনা , নৌ সেনা আৰু বায়ু সেনাত জোৱান পদত নিযুক্তিৰ বাবে চাৰি...

শক্তিশালী ৰূপত আছে দেশৰ বায়ুসেনা; আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাত অতন্দ্ৰ প্ৰহৰী ৰূপত যোৰহাট বায়ু সেনা ষ্টেচন

দেশৰ সুৰক্ষা তথা শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনাই অতীজৰ পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বৰ বিভিন্ন শক্তিশালী শত্ৰুক সহজতে পৰাভূত কৰিব...

Popular