প্ৰতিৰক্ষা

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ! আহত দুজন প্ৰব্ৰজিত শ্ৰমিক…

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। আক্ৰমণক লৈ অনন্তনাগত উত্তপ্ত পৰিস্থিতি। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুজন প্ৰব্ৰজিত শ্ৰমিক। ইতিমধ্যে সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

মণিপুৰৰ কুকি জনজাতিক সেনাৰ দ্বাৰা সুৰক্ষা প্ৰদানৰ আবেদনৰ শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সেনাবাহিনীয়ে কুকী জনজাতিটোক সুৰক্ষা প্ৰদানৰ বাবে মণিপুৰৰ জনজাতীয় মঞ্চই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। মঙলবাৰে প্ৰকাশিত বাতৰি অনুসৰি, উচ্চতম...

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰামভোলাপাৰাত আৰক্ষীৰ ড্ৰাগছ দাহ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ সোমবাৰে মানকাচৰৰ ৰামভোলাপাৰাত দাহ কৰে জিলা আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা বিভিন্ন ধৰণৰ...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোডীক বৰ্তমানৰ হিংসা-পীড়িত মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৰাজ্যৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত মূল্যায়ন...

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন, সাত শতাধিক লোকৰে স্বাক্ষৰিত পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সহযোগত ২৩ জুনৰ পৰা কামৰূপ মহানগৰ জিলাৰ...

Popular