প্ৰতিৰক্ষা

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Terrorist Attacks in Jammu and Kashmir: নিৰ্বাচনৰ পিছৰে পৰা জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰৱণতা – এটি পৰ্যালোচনা

নিৰ্বাচন অন্ত পৰাৰ পিছতে কাশ্মীৰৰ পৰা কমাই দিয়া হৈছিল নিৰাপত্তা বাহিনী ।' নিৰাপত্তা বাহিনীৰ সংখ্যা কমি অহাৰ লগে লগে উপত্যকাটোত বৃদ্ধি পাবলৈ ধৰে সন্ত্ৰাসবাদী আক্ৰমণ(Jammu and Kashmir security) ।

C-295 Aircraft: এতিয়াৰ পৰা বদোদৰাত নিৰ্মাণ হ’ব লগা C-295 বিমানখনৰ বৈশিষ্ট্যসমূহ জানো আহক

দেশৰ শক্তি ক্ৰমাৎ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভাৰতৰ শক্তি বৃদ্ধিৰ আন এক নাম হ’ল চি-২৯৫ বিমান(C-295 Aircraft)। যিখন বিমান এতিয়াৰে পৰা বদোদৰাত নিৰ্মাণ কৰা হ’ব।

Bomb Threat: দূৰ হোৱা নাই বোমাতংক সোমবাৰেও দেশৰ ৬০ খনতকৈও অধিক বিমানত বোমা স্থাপনৰ ভাবুকি

কেন্দ্ৰীয় চৰকাৰে বহু চেষ্টা চলায়ো ভাৰতীয় বিমানত বোমা স্থাপনৰ ভাবুকি অহাটো বন্ধ কৰিব পৰা নাই। শেহতীয়াকৈ পুনৰ সোমবাৰেও দেশৰ ৬০খনতকৈও অধিক বিমানে লাভ কৰিলে বোমা স্থাপনৰ ভাবুকি। (Bomb Threat)

C-295 aircraft । Modi, Spain’s Sanchez launch India’s first private military Aircraft Plant । ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনিঃগুজৰাটত চি-২৯৫ বিমান নিৰ্মাণ কাৰখানা যৌথভাৱে...

ভাৰতৰ বাবে নতুন যুগৰ আৰম্ভনি। ভাৰতৰ বিমান প্ৰযুক্তিৰ দিশৰ পৰা এক উল্লেখযোগ্য দিন হিচাবে পৰিগণিত হৈছে। সোমবাৰে ভদোদৰাৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল) (C-295 aircraft ) কেম্পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে যৌথভাৱে চি-২৯৫ বিমান নিৰ্মাণৰ অৰ্থে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।ভাৰতত এয়া হৈছে এনেধৰণৰ প্ৰথম প্ৰকল্প।(Modi, Spain’s Sanchez launch India’s first private military aircraft plant)

Popular