Breaking

Browsing Category

প্ৰতিৰক্ষা

অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনাৰ দুই পাইলট…

অৰুণাচল প্ৰদেশত সংঘটিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ দুই পাইলট। ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ লেফটেনেন্ট কৰ্ণেল ভি ভি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত।
Read More...

উত্তৰ কোৰিয়াই দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ কৰিলে নিক্ষেপ

দক্ষিণ কোৰিয়াৰ যুটীয়া মুখ্য কৰ্মচাৰীয়ে এই কথা নিশ্চিত কৰিছে যে কোৰিয়া উপদ্বীপৰ পূব উপকূলৰ পানীত এটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। উল্লেখ্য যে, যোৱা ১৮ ফেব্ৰুৱাৰীত উত্তৰ কোৰিয়াই আন এক
Read More...

দিছৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল চাবলৈ যাওঁতে বন কৰ্মীলৈ লক্ষ্য কৰি নগাৰ গুলী বর্ষণ

মৰিয়নীৰ অসম নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি। বন বিভাগক উদ্দেশ্যি নগা দুৰ্বৃওৰ গুলীবৰ্ষণ। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি থকা নগা বেদখলকাৰীক বাধা দিবলৈ
Read More...

সীমা বিবাদকলৈ ভাৰত-চীনৰ প্ৰতিনিধিৰ মাজত আলোচনা

লাডাখ বিবাদকলৈ ভাৰত আৰু চীনৰ মাজত এতিয়াও বৰফ গলা নাই। এতিয়ালৈকে দুয়োখন দেশৰ মাজত সীমা সমস্যাকলৈ ১৮ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও বিষয়টোৱে আজিও গেঠেলা মাৰিয়েই আছে। ভাৰত আৰু চীনে বুধবাৰে বেইজিঙত পুনৰ
Read More...

নগাৰ আগ্ৰাসনক লৈ পুনৰ উত্তপ্ত মৰিয়নিৰ নাগাজাংকাৰ সীমান্ত

মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ দিচৈভেলী বনাঞ্চলত নগা দুবৃত্তৰ্ৰ সন্ত্ৰাস। মৰিয়নি নাগাজাংকাৰ দিচৈভেলী বনাঞ্চলৰ বহু মূল্যৱান গছ কাটি সন্ত্ৰাসৰ সৃষ্টি কৰিছে নগা দুবৃৰ্ত্তই।
Read More...

‘কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৩৭০ অনুচ্ছেদ পুনৰুদ্ধাৰ কৰিলেহে ভাৰতৰ সৈতে আলোচনা…

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয় যে ভাৰতৰ সৈতে সম্পৰ্কত আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰ ঘূৰাই অনা। ২০১৯ চনত ভাৰতীয় সংসদে
Read More...

আজি জি পি সিঙে আনুষ্ঠানিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব ল’ব

আজি কাৰ্যকাল অন্ত পৰিব ভাস্কৰ জ্যোতি মহন্তৰ৷ আজিৰ পৰা দ্বায়িত্ব গ্ৰহণ কৰিব নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰদান জি পি সিঙে৷ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত জি পি সিঙে আবেলি ৪.৩০
Read More...

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব জিপি সিং; মা কামাখ্যাৰ আশীৰ্বাদ শিৰত লৈ অসমবাসীক সেৱা…

ৰাজ্যৰ পৰবৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহন কৰিব আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে। আজি আৰক্ষী বিভাগৰ নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষনা
Read More...

গণৰাজ্য দিৱস ২০২৩ ত কোনো ভিভিআইপি নহয়, ৰিক্সাচালক, পাচলি বিক্ৰেতাৰ বাবে সংৰক্ষিত প্ৰথম শাৰী

গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ 2023-ত বিশেষ চৰকাৰী আমন্ত্ৰণত অন্তৰ্ভুক্ত থাকিব, ৰিক্সাচালকৰ পৰা পাচলি বিক্ৰেতালৈকে, এনেদৰে সঁচাকৈয়ে এখন গণৰাজ্য ৰাষ্ট্ৰৰ আত্মাক প্ৰতিনিধিত্ব কৰিব। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি,শ্রমজীৱী (কেন্দ্ৰীয় ভিষ্টা
Read More...

চীন সীমান্তৰ বিবাদৰ মাজতে উত্তৰ-পূবৰ এল এ চিৰ সমীপত আই এ এফৰ বৃহৎ অনুশীলন

চীনৰ সৈতে চলি থকা তদন্তৰ মাজতে ভাৰতীয় বায়ুসেনাই উত্তৰ-পূবত শেহতীয়াকৈ স্থানান্তৰিত কৰা ড্ৰ’ন স্ক্ৱাড্ৰনকে ধৰি উত্তৰ-পূবৰ সকলো ডাঙৰ বিমান ঘাটিক সামৰি এক্সাৰচাইজ প্ৰলয় চলাব বুলি বিষয়াসকলে অৱগত কৰে।
Read More...