Breaking

প্ৰধানমন্ত্ৰীৰ আগমনত যাতে মহানগৰবাসীৰ কোনো যান-জঁট সমস্যাৰ সৃষ্টি নহয় তাৰবাবে বিশেষ পদক্ষেপ যানবাহন আৰক্ষীৰ

0 38

প্ৰধানমন্ত্ৰীৰ এই আগমনত যাতে মহানগৰবাসীৰ কোনো যান-জঁট সমস্যাৰ সৃষ্টি নহয় তাৰবাবে বিশেষ পদক্ষেপ যানবাহন আৰক্ষীৰ

১৭ আৰু ২৭নং ঘাইপথত আৰক্ষীয়ে ৰাখিব তীক্ষ্ণ নজৰ

চাৰিচকীয়া বা তাতকৈ বেছি চকাৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা

দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈ চলাব নোৱাৰিব

কাইলৈ পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ একেই নির্দেশনা।

আজি কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোডত নিষেধাজ্ঞা

জি এন বি ৰোড, এ জি ৰোড, এ টি ৰোড, ডি জি ৰোডতো নিষেধাজ্ঞা

দিনৰ ২ বজাৰ পৰা নিশা ১০ বজালৈ বাণিজ্যিক বাহনৰ বাবে নিষেধাজ্ঞা

কাইলৈ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিষেধাজ্ঞা

জি এচ ৰোড, পাঞ্জাহাৰী ৰোড, ছয়মাইল-নাৰেংগী ৰোডত নিষেধাজ্ঞা

ত্ৰিপুৰা ৰোড, বেলতলা বজাৰ ৰোড, বেলতলা-বশিষ্ঠ ৰোডত নিষেধাজ্ঞা

মহানগৰবাসীৰ কোনো যান-জঁট সমস্যাৰ সৃষ্টি নহয় তাৰবাবে বিশেষ পদক্ষেপ যানবাহন আৰক্ষীৰ ।

দিনৰ ২ বজাৰ পৰা ১১ বজালৈ চাৰিচকাৰ ওপৰত সকলো বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰিছে ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত

Leave A Reply

Your email address will not be published.