প্ৰশাসন

ছাগলীৰ মাংস, বৰালি মাছ খুৱাই মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল নলবাৰী প্ৰশাসন!মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী বিমল বৰাই নলবাৰীৰ কেবিনেটত কি কি খাদ্য সম্ভাৰৰ গ্ৰহণ কৰিলে ?

ছাগলীৰ মাংস, বৰালি মাছ খুৱাই মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল নলবাৰী প্ৰশাসন!কালি অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ দুপৰীয়াৰ আহাৰত প্ৰায় ১৬ বিধ ব্যঞ্জন আছিল।...

দিন-দুপৰতে চাঞ্চল্যকৰ চুৰি ঘটনাঃ গাড়ীৰ আইনা ভাঙি লৈ গ’ল ৪ লাখ ৬০ হাজাৰ টকা

ধেমাজি নগৰৰ মাজমজিয়াত আজি দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি গভাইত চোৰে লুটি লৈ গল ৪ লাখ ৬০ হাজাৰ টকা ৷ ধেমাজি চাৰিআলিস্থিত জিলা...

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসিক বিকাৰগ্ৰস্থ মহিলা, শিশু…

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদস্য সচিব ৰত্নদ্বীপ ভট্টাচাৰ্য আৰু উপ-সচিব প্ৰনিতা মৰাঙৰ এক নিৰ্দেশনা মৰ্মে নগাঁও জিলাৰ ৰহা দীঘলিআটি কামগাঁৱৰ পৰা নগাঁও জিলা...

অসম-অৰুণাচল সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযান…

গণৰাজ্য দিৱসক লৈ উজনিত কটকটীয়া নিৰাপত্তা । অসম-অৰুণাচল সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযান। উগ্ৰপন্থীৰ কূটাঘাত ৰুধিবলৈ তিনিচুকীয়াত সেনা-আৰক্ষীৰ সঞ্চালন। জিলাখনৰ প্ৰত্যেকখন বনাঞ্চলতে সঞ্চালন সেনা-আৰক্ষী।

নগাঁৱত ভয়ংকৰ বোমা বিস্ফোৰণ!

ভোগালী বিহুৰ প্ৰাকক্ষণত নগাঁৱত ভয়ংকৰ অঘটন। নগাঁৱৰ কন্দলীত বোমা বিস্ফোৰণ ঘটনা। বিস্ফোৰণত ৪জন কিশোৰ আহত হৈছে বুলি জানিব পৰা গৈছে। কন্দলীস্থিত আৰক্ষীৰ ফায়াৰিং ৰেঞ্জত এই...

Popular