বাণিজ্য

Ras Festival began: ৫০খন পতাকা উত্তোলনৰে আৰম্ভ চিলাপথাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ

আজিৰে পৰা পাচঁদিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ(Ras Festival began) সোনালী জয়ন্তী বৰ্ষ সমাৰোহ। এতিয়া শৰৎ ঋতু। শৰৎৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰী কৃষ্ণই গোপীৰ সৈতে ৰাস ক্ৰীড়া কৰিছিল।

Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও

প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে(Foreign Tourists) ভিৰ কৰিছে। কলিয়াবৰতো লুইতৰ বুকুৰে জাহাজত অসম ভ্ৰমণলৈ আহিছে বিদেশী পৰ্যটক।

Donald Trump 2.0: বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প

বিশ্বগুৰুৰ দিশত ভাৰত! শপত লৈয়ে ভাৰতলৈ আহিব ট্ৰাম্প(Donald Trump 2.0)। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ অগ্ৰসৰ হৈছে ড’নাল্ড ট্ৰাম্প।

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Bhutan Tourism: তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ(Bhutan Tourism) প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত(Tamulpur Daranga) এটি সংহত তালাচী চকী(Integrated Check Post) উদ্বোধন কৰে।

Popular