Breaking

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 195

বিকাশৰ যাত্ৰাক অধিক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ লক্ষ্যৰে দেওবাৰে বাক্সাত অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু নন্দিতা গৰ্লোছাৰ সৈতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উন্নয়নৰ বাৰ্তা গ্ৰহণ কৰিবলৈ আৰু চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহত সৰ্বস্তৰৰ নাগৰিকৰ সম্পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ দেশৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ মন্ত্ৰী সোণোৱালৰ।

Leave A Reply

Your email address will not be published.