বিশেষ লেখা

Significance of Kati Bihu: জানো আহক কাতি বিহুৰ তাৎপৰ্য

বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু । এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন পৰম্পৰা(Significance of Kati Bihu) ।

Srimanta Shankardev । মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ

" জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম।।"

Festivals and Worship : উৎসৱ-পূজাৰ আধ্যাত্মিকতা আৰু উদ্ভট আচৰণ

এতিয়া উৎসৱৰ বতৰ। মানুহৰ মন প্ৰফুল্লিত হৈ থকাৰ বতৰ। এই বতৰ বছৰত এবাৰহে আহে। এই সময়ছোৱা বা ঋতুক নামকৰণ কৰা হৈছে শৰৎ। এই শৰতৰ নিৰ্মল বতৰত প্ৰকৃতি আৰু মানুহে নিজা ধৰণে যেন এক উৎসৱ হিচাপে পালন কৰে। যিহেতু উৎসৱৰ স’তে¸ মানৱ সমাজৰ এক সম্পৰ্ক থাকে সেয়ে ভিন্‌ ভিন্‌ ঠাইত ভিন্‌ ভিন্‌ জনসমাজে নিজা নিজা বিশ্বাস আৰু পৰম্পৰাক ভিত্তি কৰি উৎসৱ উদ্‌যাপন কৰি আহিছে। festivals in wordship ৰতন হাজৰিকা (Ratan Hazarika)

Srimanta Sankardev। অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান

Srimanta Sankardev। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু,নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অবিহনে অসমীয়া জাতীয় জীৱন কল্পনা কৰিব নোৱাৰি।তেনে এগৰাকী মহাপুৰুষক অসম তথা অসমীয়াই লাভ কৰাটো সৌভাগ্য তথা গৌৰৱ।নানা ঘাট প্ৰতিঘাটৰ মাজেৰে সেই সময়ৰ অশিক্ষিত সমাজখনক শিক্ষাৰ পোহৰ তুলি ,জাতি ,ধৰ্ম বৰ্ণ নিৰ্বিশেষ এক বৃহৎ অসমীয়া সমাজ ৰূপে গঢ় দিছিল।

Sankardeva, religious saint : শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব…

শংকৰদেৱ সৃষ্ট ধৰ্ম-কর্ম সকলোৱেই আছিল সু-চিন্তিত আৰু সত্য আধাৰিত। তেৰাই সত্য প্রতিষ্ঠা কৰিব লগা হৈছিল আধ্যাত্মিকভাৱে দৰিদ্ৰ এখন সমাজত। স্বাভাৱিকতে জাতি-ধর্ম-ভাষাৰ বৈচিত্র্য থকা সমাজ এখনত সংহতি প্রতিষ্ঠাত শংকৰদেৱ কিছু সমস্যাৰ সন্মুখীন হৈছিল। ইতিহাসেয়ো কয়- ইমানবোৰ বাধা সত্বেও শংকৰদেৱ নিজ প্রতিভাৰ গুণতে সফল হৈছিল। আমাৰ ব্যক্তিগত অভিমতঃ কিছুমান লাভ নোহোৱা বিতর্কত লিপ্ত হোৱাতকৈ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক সেই সময়ৰ সমাজ ব্যৱস্থা সাপেক্ষে আলোচনা কৰা  ভাল। তদুপৰি নাম-ধৰ্মৰ ক্ষেত্ৰত মাধৱদেৱৰ 'শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব/প্রচাৰিলা শাস্ত্ৰসাৰ জানি। তাহাংক নজানয়  জীৱিকাৰ অর্থে ঘূৰে। আপোনাৰ মহত্ত্ব বখানি।।' Ekasarana Dharma

Popular