বিশেষ লেখা

Puja Shopping 2024:পূজাৰ বজাৰ কৰিলেনে…

পূজাৰ বতৰ বুলিলেই জেলেপিৰ লোভনীয় গোন্ধৰ লগতে শাৰী -শাৰী দোকানসমুহত নতুন কাপোৰৰ চমক লগতে দেখিব ডিছকাউন্টৰ বেনাৰ সমুহ। জাক-জমক বস্তুৰে ভৰি থকা দোকানবিলাকৰ ওচৰ চাপিলেই সকলো লবৰ মন যায়।(Puja Shopping 2024)

Durga Puja 2024: দুৰ্গা পূজাৰ বাবে নিজক কিদৰে সাজু কৰিব

পূজাৰ কেইদিনত ক'ত যাম, কি পিন্ধিম, কি খাম বা ঘৰত আলহী- অতিথিৰ বাবে কি সাজু কৰি থ'ম, নিজক কি দৰে সজাই তুলিম ইত্যাদি ইত্যাদি। (Durga Puja 2024)

Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

অনলাইন ট্ৰেডিং নামৰ ভূতটোৱে এতিয়া খেদি ফুৰিছে সকলোকে। কোনোবাই অনলাইন ট্ৰেডিংনো কি সেইটো বুজি পাওকেই বা নাপাওকেই কিন্তু সকলোৰে মুখত এতিয়া এটাই বিষয় আৰু সেয়া অনলাইন ট্ৰেডিং। সেয়া সাধাৰণ লোকেই হওক বা ৰজা ঘৰতেই হওক।(Online trading has become a social disorder)

Youth mentality : যুৱ মানসিকতাত সমাজ ব্যৱস্থাৰ প্ৰভাৱ

বর্তমান বিশ্বৰ মানৱ সমাজৰ যিটো অংশক আটাইতকৈ বেছি আৰু কঠোৰ সমালোচনা কৰা হয় সেই অংশটোৱেই হৈছে যুৱ সমাজ (Youth mentality)। যুৱ সমাজৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি সাধাৰণতে বিতর্কমূলক যদিও সমাজৰ প্রবীণ ব্যক্তি সকলে এই নবীন, উদ্যমী সমাজৰ প্রতিটো কামকে সমালোচনামূলক তথা সন্দেহৰ চকুলে লক্ষ্য কৰে বুলি কলে বঢ়াই কোৱা নহ'ব।

ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুশীলন বা প্ৰদৰ্শনৰ সম্পৰ্কে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিশেষ সামাজিক মাধ্যম পোষ্ট ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুশীলন বা প্ৰদৰ্শনৰ সময়ত শেহতীয়াকৈ কেইবাটাও অঘটন ঘটিছে। কৰবাত ৰেম্পত মটৰ চাইকেল চলাওতে অভিনেতা বাগৰি পৰিছে, কৰবাত বিপজ্জনক ভাৱে নাচিবলৈ গৈ অভিনেত্ৰী...

Popular