বৰক্ষেত্ৰীত বন্যাৰ্তৰ দুৰ্ভোগ! গৰু, মহ; মানুহ একেগলে জীৱন অতিবাহিত…

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ী, তিনি নম্বৰ বৰতলা, চাৰি নম্বৰ বৰতলা আদি নৈপৰীয়া অঞ্চলৰ লোকসকলে সহ অৱস্থান কৰিছে গৰু মহ আদিৰ লগত! খোৱাপানীৰ লগতে গৰু মহ আদিৰ খাদ্যৰ সমস্যাত ভুগিছে পশুপালক সকলে।

জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সাহাৰ্য লাভ নকৰাৰ অভিযোগ বন্যাৰ্তৰ।

Related Articles