মনোৰঞ্জন

Tahira Kashyap: চাঞ্চল্যকৰ খবৰ! ৭ বছৰৰ পাছত পুনৰ স্তন কেন্সাৰত আক্ৰান্ত তাহিৰা কাশ্যপ, আয়ুষ্মানৰ পত্নীয়ে লিখিছে হৃদয় বিদাৰক পোষ্ট…

আয়ুষ্মানৰ পত্নীয়ে লিখিছে হৃদয় বিদাৰক পোষ্ট, স্তন কেন্সাৰৰ পৰা মুক্ত হোৱাৰ পিছত পুনৰ এই বেমাৰৰ বলি হৈছে। ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ এই কথা প্ৰকাশ কৰে। যাৰ বাবে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।(Tahira Kashyap)

Salman Khan Sikandar: ১৫০ কোটি উপাৰ্জনৰে ফ্লপ চিকান্দাৰ ! ফ্লপৰ আঁৰৰ কাৰণ কি?

‘চিকান্দাৰ’এ তেওঁক পুৰণি স্থানলৈ ঘূৰাই আনিব নোৱাৰিলে।(Salman Khan Sikandar) ঈদত ছবিখন মুক্তি পোৱাৰ পিছত যেতিয়া এনেধৰণৰ মন্তব্যই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল।

Khichdi: কৰীনাৰ ‘কমৰ্ফট ফুড’ খিচিৰি, প্ৰতিদিনে খাব পাৰিনে খিচিৰি ?

প্ৰতিটো উৎসৱ যেন খিচিৰিৰ অবিহনে খাদ্যৰ প্লেট আধৰুৱা। কিন্তু এতিয়া সেই একে খিচিৰিয়ে এক সুকীয়া সোৱাদ আৰু সুগন্ধিলৈ ৰূপান্তৰিত হৈ চেলিব্ৰিটিসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। প্ৰতিদিনে খিচিৰি খাই ভাল পাইনে ?(Khichdi)

Actor-director Manoj Kumar: বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান।(Actor-director Manoj Kumar)৮৭ বছৰ বয়সত বলীউডৰ প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসান।(bollywood)

To-Let: গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট্‌’

সংবাদজগতত এটি পৰিচিত নাম হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘টু-লেট’লৈ সুখবৰ৷(To-Let) চলিত বৰ্ষৰ ‘গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা’লৈ নিবাৰ্চিত হৈছে সাম্প্ৰতিক সময়ৰ এক ছিৰিয়াছ বিষয় লৈ নিৰ্মাণ কৰা ‘টু লেট্‌’ নামৰ ছুটি ছবিখনি৷

Popular