মনোৰঞ্জন

Arjun Kapoor: প্ৰথমবাৰৰ বাবে বিচ্ছেদৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ অৰ্জুন কাপুৰৰ, ক’লে – আই এম চিংগল

অৰ্জুন কাপুৰে কয় যে তেওঁ এতিয়া চিংগল। কিছুদিনৰ পৰা উৰাবাতৰি ওলাই আছিল যে মালাইকা অৰোৰাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ হৈছে। (Arjun Kapoor)

Amitabh Bachchan on Ratan Tata: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে? কিয় ৰতন টাটাই ধন ধাৰলৈ বিচাৰিছিল মেগাষ্টাৰৰ পৰা

উদ্যোগপতি ৰতন টাটাই ৮৬ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় ল’লে। ২০২৪ চনৰ ৯ অক্টোবৰত তেওঁ শেষ উশাহ লৈছিল। ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰে বলীউডৰ তাৰকাসকলেও।(Ratan Tata Amitabh Bachchan)

Aishwarya Rai Bachchan: ৫০ বছৰতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন! কেনেকৈ সম্ভৱ

৫০ বছৰতো ইমান চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন। কেৱল খাদ্য আৰু ছালৰ যত্ন ল'লেই নহয়, ঐশ্বৰ্যই পালন কৰে এক বিশেষ জীৱনশৈলী।(Aishwarya Rai Bachchan)

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

Shah Rukh Khan: শ্বাহৰুখৰ অসংখ্য ভুলৰ ক্ষমা গৌৰীৰ! ৩৩ বছৰে কিদৰে সংসাৰ চলাই নিছে গৌৰীয়ে

শ্বাহৰুখৰ ক'লে “গৌৰী ইমান ভাল মাতৃ হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। ল’ৰা-ছোৱালীৰ লগত সহজে মিলি নাযায় গৌৰী।”(Shah Rukh Khan)

Popular