মনোৰঞ্জন

Parth Samthaan: CIDৰ নতুন এচিপি হ’ব পাৰ্থ সমথান, চাওক পাৰ্থ সমথানৰ বিলাসী ঘৰ

পাৰ্থ সমথানৰ মুম্বাইৰ ঘৰটো ভিতৰৰ পৰা বহুত বিলাসী, ৪৫ কোটিৰ সম্পত্তিৰে বিলাসী জীৱন যাপন কৰে।(Parth Samthaan)

Allu Arjun: অভিনেতা আল্লু অৰ্জুনৰ জন্মদিন, কোন অভিনেত্ৰীয়ে হৃদয় ভাঙিছিল আল্লু অৰ্জুনৰ ?

পুষ্পা তাৰকা আল্লু অৰ্জুনৰ আজি ৪৩ সংখ্যক জন্মদিন।(Allu Arjun) দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে নিজৰ অনন্য নৃত্য শৈলী আৰু অভিনয়েৰে উদ্যোগটোত এক বিশেষ স্থান দখল কৰিছে।

Deepika Padukone: চুহানা খানৰ মাতৃ চৰিত্ৰত অভিনয় কৰিব দীপিকা পাডুকনে, এইখন হ’ব দীপিকা আৰু শ্বাহৰুখৰ ষষ্ঠখন ছবি !

শ্বাহৰুখ খানৰ এটা ডাঙৰ খবৰ। শ্বাহৰুখ খানৰ নতুন ছবিত থাকিব পাৰে দীপিকা পাডুকন। এই ছবিখনত সুহানা খানৰ মাতৃৰ চৰিত্ৰত দীপিকাই অভিনয় কৰিব বুলিও খবৰ ওলাইছে।(Deepika Padukone)

Tahira Kashyap: চাঞ্চল্যকৰ খবৰ! ৭ বছৰৰ পাছত পুনৰ স্তন কেন্সাৰত আক্ৰান্ত তাহিৰা কাশ্যপ, আয়ুষ্মানৰ পত্নীয়ে লিখিছে হৃদয় বিদাৰক পোষ্ট…

আয়ুষ্মানৰ পত্নীয়ে লিখিছে হৃদয় বিদাৰক পোষ্ট, স্তন কেন্সাৰৰ পৰা মুক্ত হোৱাৰ পিছত পুনৰ এই বেমাৰৰ বলি হৈছে। ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ এই কথা প্ৰকাশ কৰে। যাৰ বাবে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।(Tahira Kashyap)

Salman Khan Sikandar: ১৫০ কোটি উপাৰ্জনৰে ফ্লপ চিকান্দাৰ ! ফ্লপৰ আঁৰৰ কাৰণ কি?

‘চিকান্দাৰ’এ তেওঁক পুৰণি স্থানলৈ ঘূৰাই আনিব নোৱাৰিলে।(Salman Khan Sikandar) ঈদত ছবিখন মুক্তি পোৱাৰ পিছত যেতিয়া এনেধৰণৰ মন্তব্যই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল।

Popular