Breaking

শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ ‘হৃদয় সুৰীয়া’ আৰু সংগৃহীত পুথি ‘দিহানাম (প্ৰাচীন)’ উন্মোচন

0 20

শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ ‘হৃদয় সুৰীয়া’ আৰু সংগৃহীত পুথি ‘দিহানাম (প্ৰাচীন)’ উন্মোচন। দিহানাম সম্বলিত কাহিনীভিত্তিক তথা বিশিষ্ট লোকসংগীতৰ গৱেষক, ভাস্কৰ্য শিল্পী প্ৰেমেশ্বৰ দত্তৰ লোকসংগীতক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হয় এই তথ্যচিত্ৰখন।

প্ৰাচীন লোকসংগীত সংৰক্ষণ মঞ্চই আয়োজন কৰা উক্ত অনুুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এইচ এল প্ৰডাকচনে নিৰ্মাণ কৰা তথ্যচিত্ৰখনি পৰিচালনা কৰে আগমণি দত্তৰ। শিৱসাগৰৰ সমাজ-সংস্কৃতিৰে জড়িত দুই শতাধিক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.