সম্পাদকীয়

খৰাং বতৰত খেতিপথাৰত চিৰাঁলফাট পৰিস্থিতিত হাহাকাৰ ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান গ্ৰামাঞ্চল বৰবৰুৱা

ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান অঞ্চলবোৰত খৰাং সদৃশ পৰিস্থিতিৰ বাবে গ্ৰামাঞ্চলৰ কৃষকে শালিধানৰ খেতি কৰিৱ নোৱৰা সমস্যাই কৃষকৰ মাজত হাহাকাৰ হৈ পৰিছে।ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ...

পানেৰি সমষ্টিত বিশ হাজাৰ বিনামূলীয়া ছ’লাৰ বিতৰণ

ওদালগুৰি জিলাৰ অন্তৰ্গত ৬৪ নং পানেৰি বিধানসভা সমষ্টিত আজি প্ৰায় বিশ হাজাৰ ছ'লাৰ(Cookstove) বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে অসম বিধান সভা মজিয়াৰ অধক্ষ্য তথা পানেৰি...

অসম বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হ’ল জেবিন লাইলা আহমেদৰ

অসম বুক অৱ ৰেকৰ্ডছত জেবিন লাইলা আহমেদৰ নাম সন্নিবিষ্ট হ'ল।উদীয়মান লেখিকা জেবিন লাইলা আহমেদ"  নাৰী দৰ্পণ" শীৰ্ষক প্ৰৱন্ধ পুথিৰ বাবে অসম বুক অৱ ৰেকৰ্ডত...

স্বাধীনতা দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাটৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্তৰ মেৰাপানী

আজি পুৱতি নিশা অসম নগালেণ্ড সীমান্তঞ্চলত ধনদাবী আৰু কূটাঘাটৰ লক্ষ্যৰে নগাপাহাৰৰ দুৰ্গম অঞ্চলত  বাহৰ পাতি থকা  এটা নগা উগ্ৰপন্থীৰ শিৱিৰ ধ্বংস কৰিবলৈ সক্ষম হয়...

ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সাপেখাতী  আঞ্চলিক ছাত্ৰ সন্থাই সাপেখাতী...

Popular