Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
সাহিত্য সংস্কৃতি
Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা
Jatiya Vidyalaya । পাঠ্যপুথিৰ অধ্যায়ৰ বিষয়বস্তুক জীৱন্ত ৰূপত উপস্থাপন এজাক শিশুৰ
Uric Acid:শৰীৰত ইউৰিক এচিডৰ প্ৰভাৱ আৰু নিৰাময়
Durga Puja: পূজা তেতিয়াই ভাল আছিল, তেতিয়া চাইকেল চলাই পূজা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 9, 2024
গুৱাহাটী, ৯ অক্টোবৰ:( Durga Puja)এইবাৰ পূজাৰ বন্ধত প্ৰাঞ্জলহঁতৰ পৰিয়ালটো বাংগালুৰুলৈ ফুৰিবলৈ যাব। ৰক্তিমহতে আকৌ ইতিমধ্যে চিকিম, দাৰ্জিলিং যাবলৈ ৰেলৰ টিকেট বহুদিনৰ আগেয়ে কাটি থৈছে। চুবুৰীয়া দীপকহতৰ অৰুণাচল যোৱাৰ মন। মোক লৰা ছোৱালী কেইতাই কৰবালৈ লৈ যাবলৈ কুতুৰি কামুৰি আছে। সিহঁতৰ বহুদিনৰে পৰা এৰোপ্লেনত উঠাৰ মন। মাজে মাজে মোক কয়, তুমি হলে গৈ থাকা। আমাক নিনিয়া। মই কওঁ, ভালকৈ পঢ়া শুনা কৰা, ডাঙৰ হলে তোমালোকে নিজেই যাব পাৰিবা। কেতিয়াবা এদিন বাৰু মই প্লেনত উঠাই আনিম। মনে মনে মইও ভাবি নথকা নহয়। কিন্তু ভাবিলে হব কিটো, ইটোৰ পিছত সিটো লেথা নুগোছেই দেখোন। পূজাৰ আগে আগে পৰিবাৰেও কথাটো উলিয়াইছিল। পূজাত পাৰিলে দিল্লীখনকে দেখুৱাই অনাৰ কথাটো। প্লেনতো উঠোৱা হব আৰু দিল্লীখনো দেখুওৱা হব। পিছে নহলগৈ। এৰাব নোৱাৰা সমস্যা এটাই দেখা দিলে। তাতে মোৰো আকৌ জকাই চুকীয়া মন।
BOOK: শিশুটিক পুতলা পিষ্টলৰ সলনি এখন কিতাপ উপহাৰ দিয়ক
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 9, 2024
(BOOK)মানুহৰ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত এখন কিতাপৰ গুৰুত্ব অপৰিসীম। মানুহে অভিজ্ঞতা আৰু অধ্যয়ন এই দুয়োটা কাৰকৰ পৰা শিকিব লগা বহুদিশেই আছে।হতাশ দিনবোৰতো এজন মানুহে নিজকে তুলি ধৰিব পৰাকৈ সংগ এখন কিতাপে মানুহক দিব পাৰে।
70th National Film Awards: বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 8, 2024
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই অনুষ্ঠানতে আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনা আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী তথ্যচিত্ৰখনক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয় ।
70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে – মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা”
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 8, 2024
ভাৰতীয় ছবি জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বৰ্ষিয়ান অভিনেতা মিথুন চক্ৰৱৰ্তীক সন্মান প্ৰদান(Mithun Chakraborty Receives Dadasaheb Phalke Award)। ‘ডিস্কো ডেঞ্চাৰ'খ্যাত শিল্পীগৰাকীক মঙলবাৰে নতুন দিল্লীত ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হয়(70th National Film Awards) ।
Sky:“এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়’’
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 8, 2024
(Sky)শৰতৰ আগমনত ফেনিল শুভ্ৰতাৰ পোচাক পিন্ধি শ্যামলীমা ধৰণীৰ বুকুত নৈৰ দাঁতিত এডৰা কহুঁৱাই হাঁহিৰ বৰষুণ নমাইছে ৷ শাৰদী কোমল মলয়াই গছৰ নিৰ্বিকাৰ আৰু নিৰানন্দময়, পাল নথকা নাওৰ দৰে পাতবোৰক আলফুলকৈ সৰুৱাই জেতুলীপকা ৰঙা ৰঙেৰে আকাশখনত সুমিষ্ট গীতৰ ঢৌ তোলাৰ আয়োজনত নিমগ্ন হৈছে৷ শৰতৰ বাহাদুৰি এয়া ৷
1
...
10
11
12
...
82
Page 11 of 82
Popular
AAP:’আপ’ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ
দৈনন্দিন বাৰ্তা
-
November 24, 2024