Breaking

Browsing Category

সাহিত্য সংস্কৃতি

সংগীতজ্ঞ ৰমেন বৰুৱা আৰু সুদক্ষিণা শৰ্মাৰ স্বাস্থ্যৰ বুজ ললে সাংস্কৃতিক মন্ত্রী বিমল বড়াই

অসমীয়া চলচ্চিত্ৰৰ ৭০-৮০দশকৰ সফল সংগীত পৰিচালক ৰমেন বৰুৱাৰ মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপৰ বাস গৃহত উপস্থিত হৈ ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই বৃহস্পতিবাৰে বিয়লি শিল্পী
Read More...

তেজপুৰত নতুন শৈলীৰ ইন্টিমেট থিয়েটাৰৰ শীত তাপ নিয়ন্ত্ৰিত ষ্টুডিঅৰ শুভাৰম্ভ, জে বি প্ৰডাকচনৰ উদ্যোগত…

নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে শনিবাৰে সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ'ল "ইন্টিমেট থিয়েটাৰ" ৰ এটি ষ্টুডিঅ। মূলতঃ নাট মঞ্চস্থৰ ক্ষেত্ৰত দেখা দিয়া ব্যয় বহুলতা দূৰ কৰি আধুনিক শৈলী উপস্থাপনেৰে বৰ্তমান সময়ৰ তৰুণ
Read More...

শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা ৰথীন্দ্ৰ নাথ গোস্বামীদেৱলৈ…

শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা শ্ৰদ্ধাৰ ৰথীন্দ্ৰ নাথ গোস্বামীদেৱলৈ।তেখেতলৈ অভিনন্দন। শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী, জনপ্ৰিয় শিশু গ্ৰন্থ "চিচিং"ৰ
Read More...

চতিয়াৰ ডিপলোঙা ছয়গাওঁ উন্নয়ণ সমিতিৰ সৌজন্যত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন

চতিয়া উত্তৰ অঞ্চলৰ ডিপলোঙা ছয়গাওঁ উন্নয়ন সমিতিৰ সৌজন্যত জনতা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে৷ কাৰ্যক্ৰমণিকা অনুসৰি ৰাভা দিৱসৰ মূলসভাতসভাপতিত্ব কৰে জনতা প্ৰাথমিক
Read More...

প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ ৰাভা দিৱস উদযাপন

উত্তৰ গুৱাহাটীৰ ঐতিহ্য মণ্ডিত‌ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত মঙলবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাত প্ৰাগজ্যোতিষপুৰ কলা
Read More...

আমেৰিকাৰ ছান ফ্ৰান্সিক্সোত উদযাপিত হ’ল বিষ্ণু ৰাভা দিৱস

লুইতৰ পৰা মিচিচিপি, শোণিতপুৰৰ তেজপুৰৰ পৰা ছিলিকনভেলীলৈ এইবাৰ প্ৰবাহিত হ'ল অসমীয়া জাতিৰ প্ৰবাদ পুৰুষ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন - দৰ্শন। উল্লেখ্য যে আমেৰিকাৰ ছান ফ্ৰান্সিস্কো বে এৰিয়াৰ প্ৰবাসী
Read More...

চিলাপথাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস পালন

চিলাপথাৰৰ অগ্ৰনী অনুষ্ঠান সাৰথি স্বেচ্ছাসেৱী সংস্থা আৰু বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত চিলাপথাৰ বানিজ্যিক পাম ৰাজহুৱা প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।
Read More...

‘হেণ্ড কাফ’ আলোচনীয়ে অপৰাধ ৰোধ কৰাত গুৰুত্ব পূর্ণ ভূমিকা ল’বঃ উপায়ুক্তি নিবেদন…

এখন আলোচনী প্রকাশ কৰাতো সহজ কিন্তু জীয়াই ৰখাটো অত্যন্ত কঠিন। প্রত্যাহবান মূলক দৃষ্টি ভংগীৰে আগবাঢ়িব লাগিব এখন আলোচনী জীয়াই ৰাখিবলৈ হ’লে। জটিল আৰু প্রত্যাহবানৰ সন্ধিক্ষণত প্রকাশিত 'হেণ্ডকাপ' নামৰ ব্যক্তিক্রমি আলোচনী প্রকাশ পাইছে।
Read More...

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আড়ম্বৰভাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ
Read More...

উদয়ন সংঘৰ উদ্যোগত বিষ্ণুৰাভা দিৱসত আলোচনাচক্ৰ আৰু ৰাভা সংগীতৰ অনুষ্ঠান

মহানগৰীৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান উদয়ন সংঘৰ উদ্যোগত কৃষ্ণনগৰ সমূহীয়া ভৱনত বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা ক্ৰমে সংঘৰ উপদেষ্টা সত্যেন তালুকদাৰে
Read More...