সাহিত্য সংস্কৃতি

গড়মূৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

মাজুলীৰ প্ৰথমখন শাখা সভা গড়মূৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখনি গড়মূৰ সদৰ প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে...

ৰূপকোঁৱৰে গঢ়ি তোলা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান তেজপুৰৰ “জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়”ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান  

উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি গঢ়ি তোলাৰ এক আলোকসন্ধানী লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশেষ তৎপৰতাত দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯৪০ চনৰ ১...

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ...

কলাক্ষেত্ৰত মঞ্চস্থ হ’ল শিশুনাট “শিয়ালী পালেগৈ ৰতনপুৰ”

দেওবাৰে সন্ধিয়া ৬.৩০ বজাত পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ...

বিশ্বনাথত ভাৰত নাট্যম আৰু আধুনিক নৃত্যৰ কৰ্মশালা

শিশুসকলৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক উত্তৰণৰ লগতে ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে বিশ্বনাথ চাৰিআলিৰ সাংস্কৃতিক গোষ্ঠী নৃত্যস্পৰ্শৰ উদ্যোগত ১৫ জুলাইৰ পৰা ভাৰত...

Popular