সাহিত্য সংস্কৃতি

“শিশুৰ দিন” উদযাপনেৰে আনন্দমুখৰ অসম গ্ৰন্থমেলা, বঙাইগাঁও

অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ বৰ্ণিল কাৰ্যক্ৰমণিকাই বঙাইগাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ভাষা-সাহিত্যপ্ৰেমী ৰাইজৰ মাজত সৃষ্টি কৰিছে উৎসাহ-উদ্দীপনা৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু...

আৰম্ভ হ’ল অসম গ্ৰন্থমেলা, বঙাইগাঁও

“গ্ৰন্থ অবিহনে এখন সমাজ সভ্যতাৰ পোহৰেৰে উজলি উঠিব নোৱাৰে ৷ সভ্য সমাজৰ আধাৰ হৈছে গ্ৰন্থ য’ত সঞ্চিত হৈ থাকে জ্ঞান৷ জ্ঞানৰ যোগেদিহে মানুহ...

ঘোষণা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

অসমৰ চলচ্চিত্র জগতৰ সৈতে জড়িত শিল্পী-কলাকুশলী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে ৰাজ্যিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান আয়োজন কৰি আহিছে। বিগত...

ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতা পুথি ‘ব্ৰিটল’ উন্মোচন

শ্বিলঙৰ ধানখেতিষ্ঠিত এক বিশেষ অনুষ্ঠানত আজি ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতাৰ পুথি 'ব্ৰিটল' উন্মোচন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ সংগীতজ্ঞ লু মাজাউয়ে। অনুষ্ঠানত খ্যাতি স্থানীয়...

পাকিস্তানী অভিনেত্ৰী উষ্না শ্বাহে ভাৰতীয় শৈলীৰ লেহেঙ্গা পিন্ধাৰ বাবে নিৰ্মমভাৱে ট্ৰ’ল হোৱাৰ পিছত ইনষ্টাগ্ৰাম ত্যাগ কৰে

বিবাহ অনুষ্ঠানত পিন্ধা ভাৰতীয় ষ্টাইলৰ লেহেংগাৰ ওপৰত ব্যাপক ট্ৰলিঙৰ কিছুদিন পিছতে পাকিস্তানী অভিনেত্ৰী উষ্না শ্বাহে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় কৰি পেলায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত...

Popular