সাহিত্য সংস্কৃতি

ৰাজ্যিক চলচ্চিত্র বঁটা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰথম অসমীয়া...

৩১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক কাৰ্বি দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱত মন্ত্ৰী পীয়ুষ হাজৰিকা

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি সোণাপুৰৰ নৰতাপ মাৰকাঙত আয়োজিত ৩১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক কাৰ্বি দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱত...

নবীন বুঢ়াগোহাঞিৰ কবিতা-‘প্ৰাক্তন প্ৰেমিকাবোৰ বুঢ়ী হৈ গ’ল’

প্ৰস্তাৱনা: প্ৰেম এক জৈৱিক উদ্যোগৰঙা-নীলা-হালধীয়া বৰণএছাৰকণি মাৰে প্ৰত্যেক প্ৰেমিকককোনও নিপিন্ধাকৈ থাকিব পৰা নাই প্ৰেমৰ জিন্‌জিৰিয’তেই মই নাথাকো মোৰ গাত আপোনা-আপুনি পৰেহি পখিলা!তেতিয়া কোৱা হয় প্ৰেম...

ডিব্ৰুগড়ত ড৹ নগেন শইকীয়াৰ জন্মদিন উদযাপন

৮৫ বছৰত ভৰি দিলে প্ৰথিতযথা সাহিত্যিক তথা বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই। ওপজা দিনটোত গুণমুগ্ধৰে ভৰি পৰিল বৰেণ্য...

ডিফুত বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীৰ ‘ভিন্ন দৃষ্টি ভিন্ন চিন্তা’ উন্মোচন

অসম প্ৰকাশন পৰিষদৰ দ্বাৰা ডিফুত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনা ভিন্ন কাৰ্য্যসূচীৰ লগতে আজি ডিফুৰ বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰীৰ ৰচিত 'ভিন্ন...

Popular