সাহিত্য সংস্কৃতি

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস 'জেওৰা'(Novel Jeora) উন্মোচন কৰা হয়।

Pandit Dimbeswar Neog: পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগক স্মৰণ

গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত মঙলবাৰে 'ডিম্বেশ্বৰ নেওগ-আজলীতৰা নেওগ সোঁৱৰণী সৌৰভ সমিতি'ৰ(Pandit Dimbeswar Neog) উদ্যোগত প্ৰথিতযশা কবি-সমালোচক পণ্ডিতপ্ৰৱৰ ডিম্বেশ্বৰ নেওগৰ ৫৮সংখ্যক মৃতু্য বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷

Nepali Sahitya Sabha: অসম নেপালী সাহিত্য সভাৰ বঁটা ঘোষণা

অসম নেপালী সাহিত্য সভাৰ(Nepali Sahitya Sabha) আগন্তুক কেন্দ্ৰীয় অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমুহ আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়।

Art and Culture: মনোবিজ্ঞানৰ ধাৰণাৰে উত্তৰ-পূব ভাৰতৰ শিল্প সংস্কৃতিক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছেঃ কলা সমালোচক জ্যোতি খাটনিয়াৰ

উত্তৰ-পূব ভাৰতৰ বিভিন্ন কলা(Art and Culture), সাহিত্যৰ সৃষ্টিৰাজিক বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ড আৰু কাৰ্ল গুস্তাভ য়ুঙৰ চিন্তাৰ মাজেৰে বিশ্লেষণ কৰাৰ সুযোগ আছে।

Popular