সাহিত্য সংস্কৃতি

ব্যতিক্ৰমী পৰিৱেশত বটদ্ৰৱা থানৰ হাটীবহাত কেৱলীয়া ভকত সকলে উন্মোচন কৰিলে “হৰি পদ পেখয়ে নপাৱলি মাই” শীৰ্ষক বৰগীত

এক সুকীয়া ৰূপ ৰস গন্ধে ভৰপুৰ, প্ৰাচীন বিশ্বসংগীতৰ ভড়াললৈ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ এক সুবিশাল অৱদান হৈছে 'বৰগীত'। দুজনা গুৰুৰ ৰচিত এই বৰগীত বটদ্ৰৱা থানৰ...

ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনৰ সফল সামৰণি

দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা সভা ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনখনি ২৩ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ঐতিহাসিক বোৰা পুখুৰীপাৰত অনুষ্ঠিত হৈ যায়৷...

খৈৰাবাৰী সাহিত্য সভাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচনেৰে অধিবেশন সম্পন্ন; সংস্কৃতিৰ বিৰুদ্ধে সংস্কৃতি সৃষ্টি হ’ব নোৱাৰেঃ বেংক বিষয়া শৰৎ চন্দ্ৰ ডেকা

ওদালগুৰি জিলাৰ খৈৰাবাৰী বিশিষ্ট শাখা সাহিত্য সভাৰ ৩০ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন খনি এদিনীয়াকৈ ২২ জানুৱাৰীত সাহিত্য সভাৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়৷ অধিবেশনৰ লগত...

জাতি, মাটি,ভাষাৰ নামত বেপাৰ কৰা অনুচিত: অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা

’অসম সাহিত্য সভা আমাৰ প্ৰাণৰো প্ৰাণৰ; আমি কোনেও আমাৰ মাতৃ সদৃশ জাতি মাটি ভাষাৰ নামত বেপাৰ কৰা অনুচিত’৷ আজি ধেমাজি জিলা সাহিত্য সভাৰ ২১...

Popular