Breaking

হলিউডৰ ছবিত অভিনয় কৰি ঘৰলৈ উভতিল প্ৰিংয়কা, মাতৃয়ে ৰান্ধি খুৱালে এবিধ বিশেষ খাদ্য…

0 34

প্ৰিয়ংকা চোপ্ৰা হলিউদৰ ছবি ‘দ্য ব্লাফ’ৰ শ্বুটিং সামৰি ঘৰলৈ উভতিছে। ঘৰলৈ অহাৰ লগে লগে প্ৰথমে মাকে ৰন্ধা খাদ্য খালে। ছবিখনৰ শ্বুটিং হৈাছিল অষ্ট্ৰেলিয়াত। মাতৃয়ে ৰন্ধা খাদ্য খাই ফটো শ্বেয়াৰ কৰিলে।

ছবিখন ইনষ্টাগ্ৰামৰ ষ্ট’ৰী ছেকচনত শ্বেয়াৰ কৰাৰ সময়তে প্ৰিয়ংকাই অনুৰাগীসকলক দেখুৱাইছে যে তেওঁৰ মাতৃ মধু চোপ্ৰাই তেওঁৰ বাবে কি ৰান্ধিছে। ছবিখনত প্লেটত দেখা গৈছে পালক পনীৰ আৰু পৰঠা।

Leave A Reply

Your email address will not be published.