Breaking

Browsing Category

ৰাষ্ট্ৰীয়

সাংসদ গৌৰৱ গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

দেওবাৰে লাহোৱাল খনিকৰত হাই মাষ্ট ত্ৰিৰংগা উদ্বোধন কৰি সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
Read More...

লোকসভাৰ সদস্য হৈ উভতিল ৰাহুল গান্ধী; কাইলৈ সাক্ষাৎ কৰিব অসমৰ ১২ বিৰোধী দলক!

লোকসভাৰ সদস্য হিচাপে পুনৰ নিযুক্তি পোৱাৰ কেইঘণ্টামানৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা ৮ আগষ্টত নতুন দিল্লীত অসমৰ ১২টা বিৰোধী দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।
Read More...

উত্তৰ প্ৰদেশত ৰাজ্যত অবৈধভাৱে বাস কৰা ৯হাজাৰৰো অধিক সন্দেহযুক্ত ৰোহিংগীয়া চিনাক্তকৰণ আৰম্ভ…

উত্তৰ প্ৰদেশ আৰক্ষীৰ মতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজেৰে লুকাই চুৰকৈ সোমাই ৰাজ্যখনৰ বিভিন্ন জিলাত ৯ হাজাৰৰো অধিক সন্দেহযুক্ত ৰোহিংগীয়াই অবৈধভাৱে বাস কৰি আহিছে। তেওঁলোকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু আন বহু অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰাৰ
Read More...

অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ’ব ১০৮ ফুট উচ্চতাৰ ৰামমূৰ্তি, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আধাৰশিলা স্থাপন

অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ’বলগীয়া ভগৱান ৰামৰ প্ৰতিমূৰ্তিৰ দেওবাৰে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
Read More...

দিল্লীৰ আদালতে যৌন নিৰ্যাতনৰ গোচৰত ব্ৰিজ ভূষণক প্ৰদান কৰিলে জামিন

কেইবাজনো মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙক।
Read More...

বাংগালুৰুত ২৬ বিৰোধী দলৰ বৈঠক; ইউপিএৰ নাম সলনি কৰি দিয়া হ’ল নতুন নাম ‘ইণ্ডিয়া’

আই-এন-ডি-আই-এ -- ইণ্ডিয়ান নেছনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স। এয়া হ’ব ইউপিএৰ নতুন নাম। ইংৰাজীত চমুকৈ ইয়াক ইম্ঢিয়া বুলি কোৱা হ’ব। বাংগালুৰুত অনুষ্ঠিত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰা ২৬ টা দলে আজি নতুন মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ
Read More...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কলকাতাত ৰাষ্ট্ৰীয় হোমিঅ’পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি…

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কলকাতাত আয়ুষ মন্ত্ৰালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় হোমিঅ'পেথি প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণ তথা ক্ষমতা বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ
Read More...

‘আদিপুৰুষ’ক সমালোচনা কৰি ‘ৰামায়ণ’ নিৰ্মাতা ৰামানন্দ সাগৰৰ পুত্ৰই ক’লে ‘সম্পূৰ্ণ তথ্য সলনি হ’ল’

জনপ্ৰিয় টেলিভিছন শ্ব’ ‘ৰামায়ণ’ নিৰ্মাণৰ বাবে পৰিচিত ৰামানন্দ সাগৰৰ পুত্ৰ প্ৰেম সাগৰে ‘আদিপুৰুষ’ চিনেমাখনক সমালোচনা কৰি কয় যে “সম্পূৰ্ণ তথ্য সলনি কৰা হৈছে”। প্ৰেম সাগৰে কয়, "দেউতাইও ৰামায়ণ বনোৱাৰ
Read More...

তিনি প্ৰকাৰৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পথত কেন্দ্ৰ, দেশৰ ডিজিটেল জগতত মোডী চৰকাৰৰ চকু

অনলাইন গেমৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা ল’বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। নৰেন্দ্ৰ মোডীৰ চৰকাৰে তিনি ধৰণৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। বেটিং, মানুহৰ বাবে ক্ষতিকাৰক গেম আৰু নিচাৰ সম্ভাৱনা থকা গেম — মূলতঃ এই তিনিবিধ অনলাইন গেম
Read More...

১৮ তম ৰাষ্ট্ৰীয় পুল লাইফ চেভিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য

৮ জুনৰ পৰা ১১ জুনলৈ বাংগালোৰত ১৮ তম ৰাষ্ট্ৰীয় লাইফ চেভিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় । দেউবাৰে সম্পন্ন হোৱা প্ৰতিযোগিতাখনিত অসম দলে সুন্দৰ প্ৰদৰ্শন কৰে। অসম দলৰ মেনেজাৰ ধনঞ্জয় দাসে বাংগালোৰৰ পৰা
Read More...