Breaking

Browsing Category

ৰাষ্ট্ৰীয়

গণৰাজ্য দিৱসৰ ঐতিহ্য আৰু তাৎপৰ্যঃ হিমাংশু ৰঞ্জন ভূঞা

আমাৰ দেশ ভাৰতবৰ্ষ প্ৰায় দুশ বছৰ কাল ব্ৰিটিছৰ অধীনত আছিল। ব্ৰিটিছৰপৰা স্বাধীনতা আঁজুৰি আনিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জনতাই যুগান্তকাৰী আন্দোলনৰ সূচনা কৰিছিল। ফলত শ শ লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক ব্ৰিটিছ চৰকাৰৰ নিৰ্যাতনৰ
Read More...

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাঃ সোমবাৰে অযোধ্যাত কোন সময়ত কি হ’ব জানেনে?

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ মাত্ৰ কেইটামান ঘন্টা বাকী। এই অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এই অনুষ্ঠানটো প্ৰত্যক্ষ কৰাৰ বাবে মানুহৰ মাজত আশা বাঢ়িছে। সোমবাৰে
Read More...

ৰশ্মিকা মাণ্ডন্নাৰ Deepfake ভিডিঅ’ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাৰ ডিপফেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দুমাহতকৈও অধিক সময়ৰ পাছতে শনিবাৰে দিল্লী আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিগৰাকীক।
Read More...

এমাহ পূৰ্বে নিমন্ত্ৰণ লাভ কৰি এইবাৰ কৈলাছ খেৰে উচৰ্গা কৰিলে ‘ৰাম কা ধাম’ গীত

২২ জানুৱাৰী সোমবাৰে ৰামলালাৰ ‘প্ৰাণপ্ৰতিষ্ঠা’। ১৭ জানুৱাৰীৰ পৰা মন্দিৰ কৰ্তৃপক্ষই ধ্ৰুপদী ৰীতি-নীতি অনুসৰণ কৰি অযোধ্যাৰ সকলো নিয়ম পালন কৰিবলৈ আৰম্ভ কৰিছে। অযোধ্যাবাসীৰ প্ৰায় উৎসৱমুখৰ আমেজ। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে।
Read More...

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক পৰাস্ত কৰিবলৈ চণ্ডীগড়ত আপ-কংগ্ৰেছৰ মিত্ৰতা

আম আদমী পাৰ্টি (আপ) আৰু কংগ্ৰেছৰ মাজত হোৱা বিবাদৰ বাবে দুবছৰ পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত বিজেপিয়ে মেয়ৰ আৰু ডেপুটি মেয়ৰৰ পদ দখল কৰিছিল। অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধীৰ দলে লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই ‘ভুল’ শুধৰাবলৈ উদ্যোগ
Read More...

কংগ্ৰেছ দলৰ পৰা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ সাংসদ গৌৰৱ গগৈয়ে কি ক’লে?

লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে দলৰ নেতা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেওবাৰে মণিপুৰৰ থৌবালৰ পৰা কংগ্ৰেছে ‘ভাৰত যোগো ন্যায় যাত্ৰা’আৰম্ভ কৰে।
Read More...

কংগ্ৰেছক ৰাৱণৰ সৈতে তুলনা কৰিলে বিজেপিৰ! ক’লে, ‘ৰাৱনে ত্ৰেতাযুগত বুদ্ধিমত্তা হেৰুৱালে আৰু…

কংগ্ৰেছে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে এয়া বিজেপি আৰু আৰ এছ এছৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ কৌশল, কংগ্ৰেছে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এই সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিয়ে
Read More...

ৰাম মন্দিৰ উদ্বোধনীঃ ৭০০ কিলোমিটাৰ পথ স্কেটিং কৰি অযোধ্যাত উপস্থিত হ’ব ৰাজস্থানৰ ১০ বছৰীয়া…

স্কেটিং কৰি ৭০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব ৰাজস্থানৰ এটি ১০ বছৰীয়া শিশুৱে। শিশুটিৰ লক্ষ্য অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনত অংশগ্ৰহণ কৰা। ৰাজস্থানৰ কোটপুতলিৰ বাসিন্দা হিমাংশু চাইনীৰ বয়স ১০ বছৰ।এই দহ বছৰীয়া ল’ৰাজনেই স্কেটিং কৰি অযোধ্যাৰ ৰাম
Read More...

কংগনা ৰাণাৱটে বিক্ৰান্তক ‘পইতাচোৰা’ বুলি কৈ কৰিছিল অপমান; ’12th Fail’ চোৱাৰ…

কংগনা ৰাণাৱত বলীউডৰ আটাইতকৈ বিতৰ্কিত অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী। পূৰ্বে যদিও কংগনাই অভিনয়ৰ জৰিয়তে দৰ্শকৰ প্ৰশংসা অৰ্জন কৰিছিল, যোৱা কেইবছৰমানত, তেওঁ কেৱল বিতৰ্কৰ বাবেহে আলোচনাত আছে। বিশেষকৈ, মনোৰঞ্জন উদ্যোগত তেওঁৰ সহকৰ্মীসকলৰ প্ৰতি কৰা
Read More...

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মুছলমানসকলক ঘৰত সোমাই থকাৰ আহ্বান জনালে বদৰুদ্দিন আজমলে

২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ছোৱাত ঘৰৰ ভিতৰতে মুছলমান লোকসকলক থাকিব লাগে বুলি বিতৰ্কিত মন্তব্য আজমলৰ।এক অনুষ্ঠানত ২০ তাৰিখৰ পৰা ২৫ তাৰিখলৈ মুছলমান
Read More...