Breaking

Browsing Category

ৰাষ্ট্ৰীয়

ধেমাজিত সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতাৰ সফল সামৰণি

দেশ তথা ৰাজ্যৰ ভালেকেইগৰাকী দেহশ্ৰীবিদ, শৰীৰচৰ্চাবিদ, প্ৰতিযোগী আৰু ৱৰ্ল্ড এমেচাৰ বৰ্ডি বিল্ডিং এ’চছিয়েছনৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ধেমাজিত সফলতাৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহশ্ৰী প্ৰতিযোগিতা৷
Read More...

২ টা দিনৰ বাবে স্তব্ধ হৈ পৰিব অসম! ৰাজ্যত নচলিব বাণিজ্যিক যান-বাহন…

শুকুৰবাৰৰ পৰা ৰাজ্যত নচলিব বাণিজ্যিক যান-বাহন! ৰাজ্যজুৰি বন্ধ থাকিব দিবা-নৈশ বাছ সেৱাও। গুৱাহাটীত নচলিব অ'লা-উবেৰ। ৫ আৰু ৬ জানুৱাৰীত ৰাজ্যত নচলিব বাহন (৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব এই সেৱা)। যান-বাহনৰ
Read More...

মুখত অক্সিজেন মাস্ক লৈ চিকিৎসালয়ত ভৰ্তি উৰ্ফি জাভেদ! কি হ’ল উৰ্ফিৰ ?

কোনো ডিজাইনাৰৰ কাপোৰ নহয়। আনকি হেয়াৰষ্টাইলও নহয়। বছৰটোৰ আৰম্ভণিতে উৰ্ফি জাভেদক চিকিৎসালয়ৰ পোছাকত দেখা গৈছে। মুখত অক্সিজেন মাস্ক; এখন চিকিৎসালয়ৰ বিচনাত পৰি আছে। বৃহস্পতিবাৰে, উৰ্ফিয়ে নিজৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত নিজৰ এখন ফটো পোষ্ট
Read More...

দেৰগাঁৱৰ দুৰ্ঘটনাত নিহত আৰু আহতৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰীৰ আৰ্থিক সাহায্য

বুধবাৰে পুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুর্ঘটনাই চকু সেমেকাই তুলিছে ৰাজ্যবাসীৰ। দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকল যাতে পুনৰ সুস্থ হৈ উঠে তাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে।
Read More...

১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলৰ সফল সামৰণিঃ দিল্লীবাসীৰ মনত স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ অধিক…

সংস্কৃতি, সংগীত আৰু আঞ্চলিক বৈচিত্ৰ্যতাৰ তিনিদিনীয়া উদযাপনৰ অন্ত পেলাই দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণৰ সফল সমাপ্তি ঘটে। ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ক্ৰেতা,
Read More...

অৱশেষত বিধায়ক পদ কটা গ’ল ধৰ্ষণত অভিযুক্ত বিজেপি বিধায়ক ৰামদুলাৰ গোণ্ডৰ

অৱশেষত বিধায়ক পদ কটা গ’ল ধৰ্ষণত অভিযুক্ত বিজেপি বিধায়ক ৰামদুলাৰ গোণ্ডৰ৷ ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়ক জনক বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ তেওঁ উত্তৰ প্ৰদেশৰ বাসিন্দা ৷ ৰাজ্যখনৰ বিজেপি বিধায়ক ৰামদুলাৰ গোণ্ড ধৰ্ষণৰ অভিযোগত
Read More...

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তাৰ কাৰণ নাইঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

সমগ্ৰ দেশতে কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে শনিবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভতমন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্ৰী
Read More...

ভাৰতত ২৪ ঘন্টাত নতুনকৈ ৭৫২ জন ক’ৰোনাত আক্ৰান্ত, ৪ জনৰ মৃত্যু: স্বাস্থ্য মন্ত্ৰালয়

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এদিনতে ৭৫২ জনলৈ ক’ৰোনা সংক্রমণ বৃদ্ধি পাইছে, যিটো ২০২৩ চনৰ ২১ মে’ৰ পাছত সৰ্বাধিক, আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৪২০লৈ বৃদ্ধি পাইছে৷
Read More...

ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ সন্দীপ মহেশ্বৰীৰ সৈতে ইউটিউবাৰ বিবেক বিন্দ্ৰাৰ বিবাদ…

শেহতীয়াকৈ ভাৰতৰ জনপ্ৰিয় 'প্ৰেৰণামূলক বক্তা' সন্দীপ মহেশ্বৰীৰ সৈতে ভাৰতৰ আন এজন জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ বিবেক বিন্দ্ৰা বিবাদত লিপ্ত হয় । সন্দীপে ইউটিউব চেনেলত ‘ডাঙৰ কেলেংকাৰী উন্মোচন’(BIG SCAM EXPOSED; By Sandeep Maheshwari) শীৰ্ষক
Read More...

নতুন দিল্লীত বিশেষ ডাক টিকট মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰণ উপলক্ষে ভাৰতীয় প'ষ্টৰ পৰা বিশেষ ডাক টিকট মুকলি কৰে।
Read More...