ৰাষ্ট্ৰীয়

Smart Meter: স্মাৰ্ট মিটাৰ সজাগতা অভিযান এপিডিচিএলৰ

এপিডিচিএল(APDCL) মিৰ্জা ইএছডিৰ উদ্যোগত(Smart Meter), উপ-সংমণ্ডল অভিযন্তা সিদ্ধাৰ্থ গোস্বামীৰ নেতৃত্বত সুমিত কুমাৰ সিনহা-চিইঅ’, জিইচি-২, ধনমণি ৰাজবংশী, এজিএম, মিৰ্জা বৈদ্যুতিক বিভাগৰ লগতে এডভান্সড মিটাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ চাৰ্ভিচ প্ৰভাইডাৰ (এএমআইএছপি) দলটোৰ সহযোগত বৃহস্পতিবাৰে মিৰ্জাত স্মাৰ্ট মিটাৰৰ উপৰত গ্ৰাহকসকলৰ মাজত এক সজাগতা সভাৰ আয়োজন কৰা হয়।

Assam Book Fair: উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল দহ দিনীয়া অসম গ্ৰন্থমেলা, যোৰহাট(Assam Book Fair)৷ যোৰহাট(Jorhat) জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৩ বজাত উদ্বোধন কৰা হয়৷

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস 'জেওৰা'(Novel Jeora) উন্মোচন কৰা হয়।

Dholar Oja Mohendra Chutia: ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়ালৈ ‘বৰেণ্য শিল্পী বঁটা’ আৰু নৱ প্ৰজন্মৰ কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকালৈ ‘যুৱ নক্ষত্ৰ বঁটা’

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন যোৰহাটৰ ধলাজানত অনুষ্ঠিত হৈ যায়(Dholar Oja Mohendra Chutia)।এই অনুষ্ঠানত পতাকা উত্তোলনৰ পিছতেই প্ৰতিনিধি সভাৰ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অসীমজ্যোতি শইকীয়াই।

Popular