ৰাষ্ট্ৰীয়

Tribalization: জনজাতিকৰণৰ দাবীত ১২ ঘণ্টীয়া বন্ধত স্তব্ধ ডিব্ৰুগড়ৰ জনজীৱন

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণক(Tribalization) লৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা দায়সৰা মন্তব্যত সৰৱ হৈ পৰিছে উজনি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ।

Women’s Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে

মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনা(Women's Ras) বালিগাঁৱৰ হৰিমন্দিৰতো লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ(Ras Festival) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।

Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Atul Bora: ভূপেন বৰাক বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছেঃ অতুল বৰা

এইকেইদিন ভূপেন বৰাকতো(Bhupen Bora) বিহালীৰ পৰা খেদি পঠিওৱাৰ নিচিনাই হৈছে ৷ এইফালে অলপ ঘূৰা পকা কৰি আছে ৷ দেৱব্ৰত শইকীয়াও অলপ ঘূৰা পকা কৰি আছে আৰু পাৰ্যমানে আমাক গালি পাৰিছে ৷ কৈছে অগপ মানে অতুল বৰাৰ(Atul Bora) দল, কেশৱ মহন্তৰ দল, ফণীভূষণ চৌধুৰীৰ দল

Popular