ৰাষ্ট্ৰীয়

Alliance Candidate Diptimoy Chowdhury: বঙাইগাঁৱত মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ- আজি ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি...

ফণীভূষণ চৌধুৰীয়ে সাংসদ হ'বলৈ ইমান ইচ্ছা কৰা নাছিলে(Alliance Candidate Diptimoy Chowdhury)৷ মই যেতিয়া প্ৰথমে ফণীভূষণ চৌধুৰীক সাংসদ হ'বৰ কাৰণে আপুনি প্ৰাৰ্থী হ'ব লাগে বুলি উল্লেখ কৰিছিলো তেখেতে মোক কৈছিল যে তেখেতৰ তেনেকুৱা কোনো আশা নাই৷

Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই’

বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'(Drama Jui)। এই জুই এনেকৈ সম্প্ৰসাৰিত হৈ পৰে যে জুই চাই থকা দৰ্শকসকলে মাঘ মহীয়া জুইৰ উত্তাপ লৈহে যেন বহি আছে। যেন জুই এৰি কোনো উঠি যাব নোৱাৰে।

Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন

ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ(Senior journalist Gitanjali Vaishya Nath) গুৰুতৰভাৱে অসুস্থ। কৰ্কট ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে বৰ্তমান হাইদৰাবাদৰ বাছাভাটাৰাকম ইণ্ড’ এমেৰিকান কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।

Elephant Deaths: বিষাক্ত ভেঁকুৰৰ বাবে মধ্যপ্ৰদেশত ১০টা হাতীৰ মৃত্যু

বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ(Elephant Deaths) কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ(MP government) বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত (Bandhavgarh Tiger Reserve)এটা গঁড়ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Anupom Anurag: অসমীয়া পত্ৰোপন্যাসত নতুন সংযোজন কানন পেগুৰ ‘অনুপম অনুৰাগ’

“তোমালোকৰ গাঁৱৰ মনোৰম দৃশ্যবোৰ চকুৰ আগত ভাহি থাকে(Anupom Anurag)৷ জিৰ্ জিৰ্ কৈ বৈ থকা জুৰি,ঘন অৰণ্য আৰু উজনিমুৱা ৰে’লা ঝক্ ঝক্ শব্দবোৰে মনত ঢৌ তুলি যায়(Kanan Pegu)৷

Popular