Breaking

Browsing Category

ৰাষ্ট্ৰীয়

কৃষ্ণা গোদাৱৰী অৱবাহিকাত প্ৰথমবাৰৰ বাবে তেল-গেছৰ সন্ধান পালে অ’এনজিচিয়ে

ভাৰতৰ শক্তি খণ্ডৰ বাবে ভাল খবৰ আহিছে। ভাৰতে কৃষ্ণা গোদাৱৰী অৱবাহিকাত অ'এনজিচিৰ গভীৰ সাগৰ প্ৰকল্পই এক বিশেষ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতে কৃষ্ণা গোদাৱৰী অৱবাহিকাত প্ৰথমবাৰৰ বাবে তেলৰ সন্ধান লাভ কৰিছে। জুন মাহৰ ভিতৰতে চাৰিটা কাৰ্যক্ষম
Read More...

ৰাম মন্দিৰ অভিষেকৰ পূৰ্বে জি আই টেগ লাভ ‘ লাড়ু’ ৰ

২২ জানুৱাৰীত ৰাম মন্দিৰ অভিষেকৰ পূৰ্বে জি আই টেগ লাভ হনুনগড়ী 'লাড়ু' হনুমানগড়ীৰ পৰা অহা লাডুবোৰ বেছান (গ্ৰাম আটা) আৰু বিশুদ্ধ দেশী ঘিউৰে তৈয়াৰ কৰা হয়, যাৰ ফলত এক অনন্য সুস্বাদু খাদ্যৰ সৃষ্টি হয়।জি আই টেগে এই মিঠাইবোৰত এক
Read More...

তৃতীয়বাৰৰ বাবে ED কাৰ্যালয়ত হাজিৰ নহ’ল অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ চমনৰ কোনো সঁহাৰি দিয়া নাই। সুৰানীতি কেলেংকাৰী সন্দৰ্ভত ED-এ চমন জাৰি কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে তেওঁক ৩ জানুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল।
Read More...

অৱশেষত জামিন লাভ কৰিলে এপিএছচিৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই…

অৱশেষত জামিন লাভ কৰিলে এপিএছচিৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই। এপিএছচি কেলেংকাৰী গোচৰত প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই জামিন লাভ কৰিছে। এছআইটিয়ে তেতিয়াৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰকজনক বিগত বৰ্ষৰ
Read More...

এইবাৰ IPL খেলা হ’ব আটক ধুনীয়া নতুন ষ্টেডিয়ামতঃ ক’ত বনোৱা হৈছে এই ‌ক্ৰিকেট ষ্টেডিয়াম?

এইবাৰ নতুন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাৰে আই পি এল । শেহতীয়াকৈ পঞ্জাৱ ক্ৰিকেট সন্থাই মল্লনপুৰত এখন আটকধুনীয়া নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিছে । তাত অনুষ্ঠিত হ'ব পাৰে IPLৰ মেচ ।
Read More...

জাপানত ভূমিকম্পৰ ফলত ১৪০০ যাত্ৰীৰে ১১ ঘণ্টা আবদ্ধ হৈ পৰে বুলেট ট্ৰেইন…

সোমবাৰৰ ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত মধ্য জাপানৰ চহৰ টয়মা আৰু কানাজাৱাৰ মাজত তীব্ৰবেগী ৰে'ল আবদ্ধ হৈ পৰে। ভূমিকম্পৰ পিছত চাৰিখন বুলেট ট্ৰেইনৰ সেৱা বন্ধ কৰিবলগীয়া হৈছিল যদিও পুনৰ আৰম্ভ কৰা হৈছে। ১১ ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ থকাৰ পিছত
Read More...

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা…

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। ৪ গৰাকীকৈ স্থানীয় লোকক গুলীয়াই হত্যা। থৌবাল জিলাত
Read More...

১০৮ স্থানত একেলগে সূৰ্য্য নমস্কাৰ কৰি মানুহে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে গুজৰাটেঃ প্ৰধানমন্ত্ৰী…

নতুন বছৰৰ প্ৰথম দিনটোত গুজৰাটৰ ৰাইজে এক আচৰিত সাফল্য অৰ্জন কৰিছে। ৰাজ্যৰ ১০৮ স্থানত মানুহে কৰিলে সূৰ্য্য নমস্কাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত লিখিছে, ‘গুজৰাটে ২০২৪ চনক এক উল্লেখযোগ্য কৃতিত্বৰে আদৰণি জনাইছে। আমি সকলোৱে জনা মতে
Read More...

ড্ৰাগছ কেলেংকাৰীৰ ভয়াবহতা এতিয়া অতীত, নৱবৰ্ষৰ দিনা কাৰ সৈতে কি খালে শ্বাহৰুখৰ পুত্ৰ আৰিয়ানে?

বলীউডৰ সকলোৱে নিজৰ নিজৰ ধৰণেৰে নৱবৰ্ষ উদযাপন কৰাত ব্যস্ত থকা দেখা গ'ল। কোনোবাই যদি গোটেই ৰাতি পাৰ্টি কৰিলে, কোনোবাই চহৰৰ পৰা আঁতৰত সময় পাৰ কৰে। ২০২৩ চনৰ শেষ সন্ধিয়া শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বন্ধু-বান্ধৱীৰ সৈতে এখন বিখ্যাত হোটেলত
Read More...

পুৱাই PSLV-C58-XPoSatৰ উৎক্ষেপণ, ব্লেক হোল আৰু নিউট্ৰন ষ্টাৰ অধ্যয়নৰ বাবে এই অভিযান…

আজি PSLV-C58-XPoSatৰ উৎক্ষেপণ। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ। পুৱা ৯.১০ বজাত PSLV-C58-XPoSatৰ উৎক্ষেপণ। ব্লেক হোল আৰু নিউট্ৰন ষ্টাৰ অধ্যয়নৰ কাৰণে অভিযান। এনে অভিযানৰ অংশীদাৰ হোৱা ভাৰত দ্বিতীয়খন দেশ। ইয়াৰ পূৰ্বে
Read More...